Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

24.6 C
Guwahati

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

- Advertisement -

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত এমাহ ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ পাছত কালি পুৱা এই ঘটনা সংঘটিত হয়। এক্সপ্ৰেছৱে’ খহি পৰাৰ ফলত ২০খনতকৈও অধিক বাহন পাহাৰৰ পৰা তললৈ বাগৰি পৰে। বাতৰি অনুসৰি বাগৰি পৰাৰ পাছতে বাহনসমূহক জুয়ে আগুৰি ধৰে। ঘটনাৰ ফলত মাটিত পোত যোৱা বহু বাহনৰ উদ্ধাৰৰ প্ৰচেষ্টা এতিয়াও চলি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
22.4 ° C
22.4 °
22.4 °
79 %
1.3kmh
73 %
Thu
35 °
Fri
34 °
Sat
37 °
Sun
37 °
Mon
35 °

More like this

৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত কৰিছে। এই নম্বৰসমূহ...

From Vows to Joy: The Journey of a Picture-Perfect...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু...

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪...