29 C
Guwahati

কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে বাজেটত ধন আবণ্টন কৰিব লাগে

- Advertisement -

মাননীয় সম্পাদক মহোদয়,
ৰাজ্যৰ ৰাজহুৱা পুথিভঁৰালসমূহত কেৰিয়াৰ পৰামৰ্শ কোষ গঠনৰ বাবে চৰকাৰে বাজেটত ধন আবণ্টন কৰিব লাগে, যাতে কেৰিয়াৰ সম্পৰ্কীয় নিৰ্বাচিত কিতাপ, গাইড, বাতৰি কাকত, আলোচনী আদি পুথিভঁৰাল সঞ্চালকালয়ে ক্ৰয় কৰি সকলোবিলাক জিলা আৰু মহকুমা পুথিভঁৰালক যোগান ধৰিব পাৰে। কেৰিয়াৰ পৰামৰ্শ কোষৰ যোগেদি নিয়মীয়াকৈ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলক নিমন্ত্ৰণ কৰি কেৰিয়াৰ কাউন্সেলিঙ অনুষ্ঠানৰ আয়োজন কৰিব লাগে, যাতে ইয়াৰ যোগেদি যুৱক-যুৱতীসকলে প্ৰত্যক্ষভাৱে বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰে। কেৰিয়াৰ পৰামৰ্শ কোষক ডিজিটেল প্লেটফৰ্মৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিলেও অনলাইনৰ যোগেদি যুৱক-যুৱতী সকলে কেৰিয়াৰ সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হব। এইসমূহ পদক্ষেপে ৰাজ্যখনৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি আশা কৰিব পাৰি।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

Family Bound Keeps Kids Confident, Strong, and Safe

To understand the new smart watched and other pro devices of recent focus, we should look to...

প্রাগজ্যোতি – ড° বুলজিৎ বুঢ়াগোহাঁই

‘প্ৰাগজ্যোতি’ হৈছে বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কাম-কাজেৰে নিদৰ্শন দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বজালী...

অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে...

প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ 📌লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প,...