27 C
Guwahati

ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী

- Advertisement -

মালিগাঁওঃ মালিগাঁও বৰিপাৰাস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষই সময়মতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকে ধৰি বিভিন্ন দাবী মানি নোলোৱাৰ প্ৰতিবাদত আজি কলেজ চৌহদত একাংশ শিক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থী সকলে কলেজৰ অধ্যক্ষই ছাত্ৰ একতা সভাৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত নকৰি তাৰ বিপৰীতে অধ্যক্ষই বাচনি কৰা ছাত্ৰ-ছাত্ৰীক লৈ ছাত্ৰ একতা সভা গঠন কৰাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি কোনো কাৰণতে ইয়াক মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে। একেদৰে ছাত্ৰী জিৰণি কোঠাত চি চি টি ভি কেমেৰা সংস্থাপন নকৰাৰ বাবেও কৰিলে প্ৰতিবাদী শিক্ষাৰ্থী সকলে অধ্যক্ষক জবাবদিহি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কংগ্ৰেছৰ প্ৰশিক্ষণ শিৱিৰ ‘‘আকৌ...

♦ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত...

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যতক...

গুৱাহাটীঃ বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক...

Palm OIL Assam