24 C
Guwahati

প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে বংগোপসাগৰত সৃষ্টি ঘূৰ্ণি বতাহ ৰেমাল

- Advertisement -

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্যত বতাহজাকে প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা। বতাহজাকৰ বেগ প্রতিঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। বতাহজাক ২৭ মে’ৰ পুৱাৰ ভাগলৈ অব্যাহত থাকিব আৰু তাৰ পাছত লাহে লাহে তীব্ৰতা হ্ৰাস পাব৷ বতৰ বিজ্ঞান বিভাগে কলকাতা, হাওৰা, নাদিয়া, ঝাৰগ্ৰাম, উত্তৰ ছবিব্বশ পৰগনা, দক্ষিণ ছবিব্বশ পৰগনা আৰু পূব মেদিনীপুৰ জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আশংকা কৰি অ’ৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
22.7 ° C
22.7 °
22.7 °
40 %
2.1kmh
8 %
Tue
22 °
Wed
36 °
Thu
37 °
Fri
36 °
Sat
30 °

More like this

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা...

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে...

Page-Turner Gatherings: Uniting Book Lovers at Author Meetups and...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

The Fourth Estate on the Frontlines: Newspapers and their...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...