Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

31.8 C
Guwahati

অ’ এন জি চিৰ শিৱসাগৰস্থিত কাৰ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি

- Advertisement -

অ’ এন জি চিৰ কেতবোৰ বিভাগ আন ৰাজ্য তথা জিলালৈ স্থানান্তৰিত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ সামগ্ৰী কঢ়িয়াই নিব বিচৰা সময়তে সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ।
সামগ্ৰী সমূহ যাতে স্থানান্তৰিত কৰিব নোৱাৰে তাৰ বাবে জাতীয় সংগ্ৰামী সেনা অসম, আটাছুৰ একাংশ কৰ্মী উপস্থিত হৈ আবদ্ধ কৰি ৰাখে।

লক্ষ্যণীয় যে অ’ এন জি চিৰ কোনো গুৰুত্বপূৰ্ণ বিভাগ, লেব’টৰী যাতে আন জিলা বা ৰাজ্যলৈ স্থানান্তৰিত তাৰ দাবীত জাতীয় সংগঠন সমূহে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। শেহতীয়াকৈ অ’ এন জি চি কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকতো কোনো কাৰ্যালয় অনাগত দিনত শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু ইয়াৰ পিছতো আজি গোপনে লেব’টৰী কেতবোৰ সামগ্ৰী স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে আবদ্ধ কৰে জাতীয় সংগঠন সমূহে। পিছত সামগ্ৰী কঢ়িয়াই নিয়াটো স্থগিত ৰখা হ’ব বুলি আশ্বাস দিয়ে সংশ্লিষ্ট বিষয়ববীয়াই। ইপিনে কোনো কাৰণতে শিৱসাগৰৰ পৰা অ’ এন জি চিৰ বিভাগ, লেব’টৰী স্থানান্তৰিত কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে জাতীয় সংগ্ৰামী সেনা অসম আৰু আটাছুৱে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
33.4 ° C
33.4 °
33.4 °
30 %
8kmh
73 %
Tue
34 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

More like this

বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰধানাচাৰ্য সন্মিলন সন্মিলনৰ শুভাৰম্ভণি

গুৱাহাটীঃ হোজাইৰ গীতাশ্ৰমত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰধানাচাৰ্য সন্মিলন এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে উদ্বোধন কৰা হয়। এই কাৰ্যসূচীত...

শাওণ মহীয়া গ্ৰাম্যাঞ্চলত কৃষকৰ ব্যস্ততা…

শাওণ মহীয়া গ্ৰাম্যাঞ্চলৰ কৃষক ব্যস্ত কৃষি পথাৰত, লাকুৱাৰ লোণপুৰীয়া গাঁৱতো একেই পৰিৱেশ, কৃষক ব্যস্ত ভূঁই ৰোৱাত। দুহালকৈ...

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে উত্তৰ-পূৱত ৰাগবি খেলঃ...

গুৱাহাটীঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে ক্ৰীড়াপ্ৰেমীয়ে দুবিধ নতুন খেলৰ ৰোমাঞ্চ ল’ব পাৰিছে৷...