24 C
Guwahati

অসমৰ ৪ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন(ASFPA)ৰ ম্যাদ ছমাহলৈ বৃদ্ধি

- Advertisement -

Featured Image

♦ কেন্দ্ৰীয় চৰকাৰে অসমৰ ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অসমৰ ৪কন জিলা হ’ল তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়।

read more :

ইপিনে নাগালেণ্ডৰ ৮খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ এখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি কৰিছে। নাগালেণ্ডৰ ৮খন জিলাৰ ২১খন থানাৰ অন্তর্গত অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ ৩ খন থানাৰ অন্তৰ্গত অঞ্চলসমূহ এই আইনৰ অন্তৰ্গত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

CM Sarma bestowed with Singapore honour

Guwahati: Assam chief minister Himanta Biswa Sarma has been bestowed with the Lee Kuan Yew exchange fellowship,...

আৰ ,জি,বৰুৱা পথত নাথাকিব যান -জঁট জু – তিনিআলিৰ...

নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰাইজৰ বাবে মুকলিৰ লক্ষ্য ● গুৱাহাটী, সাংবাদদাতা, মনীষা শৰ্মা-গুৱাহাটী মহানগৰীৰ যান জঁট সমস্যাৰ সমাধানৰ...

অসমৰ নতুন ৰাজ্যপালঃ ‘লক্ষ্মণপ্রসাদ আচাৰ্য’

◊ অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই কাইলৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ...