26 C
Guwahati

Dry Day: লোকসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা! ৩ দিন বন্ধ থাকিব সুৰা বিপণী!

- Advertisement -

● ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ১৯ এপ্ৰিলৰ ভোটগ্ৰহণ সমাপ্ত নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।
● ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।
● চুবুৰীয়া ৰাজ্য মেঘালয়ত ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচন। ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ১৯ এপ্ৰিলৰ ভোটগ্ৰহণ সমাপ্ত নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।
● কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে ঘোষণা কৰিছে ড্ৰাই ডে।

এই সময়চোৱাত কামৰূপ জিলাৰ সকলো বণ্ডেড ওৱেৰহাউছ, আই এম এফ এল ৰিটেইল ‘অফ’ আৰু ‘অন’ বিপণীসমূহ আৰু দেশীয় সুৰাৰ বিপণীসমূহ বন্ধ থাকিব। এই নিৰ্দেশ উলংঘা কৰিলে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ ১৩৫ (চি) নং ধাৰা আৰু অসম আবকাৰী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

#news18assam

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

CM Sarma bestowed with Singapore honour

Guwahati: Assam chief minister Himanta Biswa Sarma has been bestowed with the Lee Kuan Yew exchange fellowship,...

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত অমৃত কাল বিমৰ্শৰ উদযাপন

♦ গুৱাহাটীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰচেষ্টাত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা...

পুনৰ নিৰ্মাণ কৰা পুৰণি গুৱাহাটী জিলা উপায়ুক্ত বাংলো ৰাইজলৈ...

■ গুৱাহাটীঃ অসমৰ পৰ্যটন খণ্ডৰ বৃদ্ধিৰ লক্ষ্যৰে অহা ৩ অক্টোবৰ দেওবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ পানবজাৰত থকা বহ্নিমান...