19 C
Guwahati

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা

- Advertisement -

দুঃসময় দিনৰ সংলাপ

– পৰী ৰাজখোৱা

মাজনিশা জিলীকেইজনীয়ে বিনাই
কিবা যেন‌ নোপোৱাৰ দুখত।
সময়বোৰ অতীত হল‌
অতীতৰ‌ বাবেই আজি তাই
এচামৰ বাবে চৰিত্ৰহীনা।
বগা কাপোৰত দাগ লগাৰদৰে
তাই জীৱনত আঁকি দিলে বিভিন্ন ৰঙৰ কেনভাচ।
সিঁহতে ‌তাইক দেখিলে‌‌ হাঁহে
তাই হেনো‌ জুঠা।
ৱাহ কি বিভিষিকাময় সময়বোৰ।
বুকুৰ ভিতৰত উমি উমি জ্বলি থকা
যন্ত্ৰণাৰ‌ জুইকুৰা নিয়ন্ত্ৰণ কৰিবলৈ
চকুলোৰ প্ৰলেপ দিয়ে তাই নিতৌ।
কোনো পাৰ্থক্য নাই
জিলিকেইজনৰ বিননি ‌আৰু তাইৰ বিননি।
য’ত আছিল তাইৰ
সুখবোৰ সাধ্যৰ‌ বাহিৰত
আৰু ‌দুখবোৰ নিতৌ যেন‌ এক
প্ৰসাধন সামগ্ৰী।

Waiting, Painting by Kristina Zhigacheva | Artmajeur

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

পৰমাণু (গল্প) || গছ আৰু চৰাইৰ সিদ্ধান্ত ✒️ চামচুল...

গছ আৰু চৰাইৰ সিদ্ধান্ত গছ আৰু চৰাইবোৰৰ মাজত এখন যুটীয়া বৈঠক অলপতে সম্পন্ন হৈ গৈছে। গছঃ আমি এই...

ILLUMINATING THE HUMAN SPIRIT: DR JERNAIL SINGH ANAND’S LITERARY...

ILLUMINATING THE HUMAN SPIRIT: DR JERNAIL SINGH ANAND’S LITERARY AND PHILOSOPHICAL ODYSSEY THE MORAL ARCHITECT: DR JERNAIL SINGH...

‘হাউলী ৰাস মহোৎসৱ’ৰ শতবর্ষ ✒️ ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱৰ স্মাৰক সংকলন ‘মুৰুলী’ৰ সম্পাদকদ্বয় হ’ল- বিতুমণি বৰ্মণ আৰু নীলকমল কলিতা।...