21 C
Guwahati

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছৰৰূপে মনোনীত ৰাণা প্ৰতাপ কলিতা

- Advertisement -

◊ অসমৰ সু সন্তান, অসম গৌৰৱ তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে ৰাজনীতি বিজ্ঞান বিভাগ আৰু আইন বিভাগৰ সন্মানীয় বিশিষ্ট ভিজিটিং প্ৰফেছৰ পদৰ বাবে মনোনীত হৈছে।

প্ৰতিৰক্ষা খণ্ডৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ পেছাদাৰী কৃতিত্বৰ স্বীকৃতি স্বৰূপে তেওঁ উক্ত পদত অধিস্থিত হবলৈ সক্ষম হয়। ভিজিটিং প্ৰফেছৰ হিচাপে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক পাঠদান আৰু গৱেষণামূলক প্ৰচেষ্টাত অৰিহণা যোগাবলৈ, অধ্যাপক সদস্যসকলৰ সৈতে সহযোগিতা কৰিবলৈ, আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিভিন্ন উন্নয়নমূলক কৰ্মত জড়িত হ’বলৈ আমন্ত্ৰণ জনোৱা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ কেন্দ্ৰীয় সমিতি গঠন

সংবাদ দাতা, মনীষা শৰ্মাঃ সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ নতুন কেন্দ্ৰীয় সমিতি খন অলপতে দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত...

নতুন নিয়মেৰে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ সৰ্বমুঠ ৪...

◊ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা নতুন পদ্ধতিৰে ছেবাই অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। পৰীক্ষাৰ্থীসকলে অ’এম আৰ...

ড০ সঞ্জু বৰুৱালৈ ২০২১ বৰ্ষৰ জাগ্ৰত যুৱ বঁটা

  ড০ সঞ্জু বৰুৱালৈ ২০২১ বৰ্ষৰ জাগ্ৰত যুৱ বঁটা   দিছপুৰ প্ৰেছ ক্লাৱৰ তৰফৰ ২০২১ বৰ্ষৰ "জাগ্ৰত যুৱ বঁটা" প্ৰদান...