32.2 C
Guwahati

নলবাৰীৰ কৈঠালকুছিত ছাত্ৰ নিৰুদ্দেশৰ ঘটনা

- Advertisement -

■ নলবাৰী জিলাৰ কৈঠালকুছিৰ এগৰাকী ২০ বছৰীয়া ছাত্র সন্ধানহীনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৈঠালকুছি গাওঁৰ পেছাত হস্তশিল্পী হৰিপদ হালৈৰ পুত্ৰ হিমাংশু হালৈ ২০ মেৰ পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ঘৰৰ পৰা কৈঠালকুছিলৈ বুলি বজাৰ আনিবলৈ যোৱাৰ পৰা সন্ধানহীন হৈ আছে। যোৱা ২০ মেৰ পৰা আজিলৈকে প্ৰায় তিনিমাহ সন্ধান লাভ কৰা নাই ছাত্র জনৰ।

পৰিয়ালৰ লোকে বেলশৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ কামৰূপ মহাবিদ্যালয়ত অধ্যয়নৰত এইগৰাকী ছাত্র হিমাংশু হালৈৰ কোনো লোকে সন্ধান পালে 8011520702 নম্বৰত যোগাযোগ কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

কন্ডম ব্যৱহাৰৰ সম্পৰ্ক কঠোৰ আইন: কন্ডম ব্যৱহাৰৰ ওপৰত চৰকাৰী...

■ কন্ডম ব্যৱহাৰৰ সম্পৰ্ক কঠোৰ আইন: কন্ডম ব্যৱহাৰৰ ওপৰত চৰকাৰী নীতি নিৰ্দেশনা! যদি আপুনি মানি নলয়, আপোনাক...

নলবাৰীৰ আৰিকুছি চকত চোৰৰ চাফাই অভিযান

♦ উইছডম কম্পিউটাৰ প্ৰেছত সংঘটিত হৈছিল উক্ত চুৰি কাৰ্য শুকুৰবাৰে পুৱা উদ্ধাৰ হ'ল চুৰি সামগ্ৰী সমূহ নলবাৰীৰ আৰিকুছি চ’কত...

গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰা : অভিনেতা পৰিচালকৰ বিৰূদ্ধে...

  ভাওনাত চুম্বন মোহনৰ : মোহিনী ভাৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, ক্ষমা বিচাৰিলে দ্বীপজ্যোতি কেওটে : গুৰুজনাৰ অংকীয়া ভাওনাক অপমান...