19 C
Guwahati

বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা

- Advertisement -

♣ শিৱসাগৰ বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা
শিৱসাগৰ বকতাৰ বৰদেওশালত ফ্ৰা-লঙঃমৌঙসংস্থাৰ উদ্যোগত তাই আহোমৰ ৰীতি-নীতিৰে উপৰিপুৰুষক স্মৰণ কৰি দুগৰাকীকৈ অসমৰ খেলুৱৈক উৎসাহ যোগোৱো আৰু অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ পূজা-অৰ্চনা কৰা হয়।

অলম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে অসমলৈ সুনাম কঢ়িয়াই ভাৰত তথা অসমৰ হৈ সোণৰ পদক কঢ়িয়াই আনিবলৈ আৰু চেপনৰ পৰ্বতাৰোহণকাৰী নৱ ফুকনে ৰাচিয়ালৈ পৰ্বতাৰোহণ কৰিবলৈ গৈ যাতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় সেই উদ্দেশ্যেৰে বকতা বৰদেওশালত তাই আহোমৰ ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰি এই পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

পঞ্জাৱত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলে ভোটা কাৰ্ডৰ উপৰিও অন্য ১২বিধ...

♦পঞ্জাৱত অহা ২০ ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ভোটদাতাসকলে ভোটাৰ ফটো পৰিচয় পত্ৰৰ উপৰিও আন ১২বিধ পৰিচয় পত্ৰৰ...

ৰাজস্থানৰ ৩৩ খন জিলাত স্থাপন কৰা খেলো ইণ্ডিয়া কেন্দ্ৰসমূহ...

■ দেশৰ কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্রমা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাজস্থানৰ জয়পুৰত বুধবাৰে ৰাজস্থানৰ...

বিধায়ক সুশান্তৰ বিজেপি গমণৰ প্ৰচাৰত অসন্তুষ্ট দলীয় কৰ্মীঃ নিৰ্বাচনত...

♦শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্ততি চলোৱাৰ বাৰ্তাই বকতাৰ...