19 C
Guwahati

পুত্ৰৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান এগৰাকী মাতৃৰ

- Advertisement -

● নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কোটালগুচিৰ এটি পৰিয়ালে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজ তথা দল সংগঠনৰ লগতে ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিছে।

পৰেশ দাস আৰু মৰমী দাসৰ পুত্ৰ সন্তানটি জন্মৰে পৰা শাৰীৰিক ভাবে অসুস্থ। লৰাটোৰ দেহৰ প্ৰায়ভাগ অংগই বিকল।

উপযুক্ত চিকিৎসা কৰিবলৈ পৰিয়ালটো বৰ্তমান আৰ্থিকভাৱে সক্ষম নহয়।

১৩ বছৰীয়া ল’ৰা জনৰ উপযুক্ত চিকিৎসাৰ বাবে কোনো হৃদয়বান লোকে যদি সহায় আগবঢ়াব খোজে তেন্তে, 7896769305 নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে  ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 38725544492.IFSC-SBIN0005092,ত সহায় কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

প্ৰধানমন্ত্ৰী মোডীয়ে জয়পুৰত ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ টেকন’লজী উদ্বোধন কৰিব;...

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি পুৱা ১১ বজাত জয়পুৰৰ চিপিইটিঃ ইনষ্টিটিউট অৱ পেট্ৰ'কেমিকেলছ টেকন'লজী...

ৰঙিয়াত দিব্যংগসকলক লগত লৈ গৰীৱ নন্দন জনকল্যাণ সমিতিৰ অৱস্থান...

♦ বিশেষ ভাবে সক্ষম লোক সকলৰ হৈ ৰঙিয়া নগৰৰ মাজমজিয়াস্থীত গান্ধীমণ্ডপ প্ৰাংগনত গৰীৱ নন্দন জনকল্যাণ সমিতি নামৰ...

আকৌ লকডাউনৰ পূৰ্ণ সম্ভাৱনা নেকি? দেশত ২৪ ঘণ্টাত ১৬,৩২৬জন...

■ নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,৩২৬ টা নতুন কোভিড-১৯ত আক্ৰান্ত ঘটনা পোহৰলৈ অহাৰ লগতে ৬৬৬...