21 C
Guwahati

অক্টোবৰ মাহত জিএছটি ৰাজহ সংগ্ৰহত ইতিহাসত দ্বিতীয় সৰ্বাধিক

- Advertisement -

■ জিএছটি প্ৰৱৰ্তনৰ পিছত অক্টোবৰ মাহৰ বাবে জিএছটি ৰাজহ সংগ্ৰহ দ্বিতীয় সৰ্বাধিক। চলিত বছৰৰ এপ্ৰিলৰ পিছত এইয়া দ্বিতীয়।

অক্টোবৰ মাহত সংগ্ৰহ কৰা মুঠ জিএছটি ৰাজহ হৈছে ১ লাখ ৩০ হাজাৰ ১২৭ কোটি টকা। এই পৰিমাণৰ ভিতৰত চিজিএছটি উপাদান হৈছে ২৩,৮৬১ কোটি, এছজিএছটি হৈছে ৩০,৪২১ কোটি, আইজিএছটি হৈছে ৬৭,৩৬১ কোটি আৰু উপ কৰ হৈছে ৮,৪৮৪ কোটি টকা।

এই বছৰৰ অক্টোবৰ মাহৰ ৰাজহ যোৱা বছৰৰ একে মাহত জিএছটি ৰাজহতকৈ ২৪ শতাংশ বেছি। মাহটোত, সামগ্ৰীৰ আমদানিৰ পৰা ৰাজহ ৩৯ শতাংশ অধিক আছিল আৰু ঘৰুৱা লেনদেনৰ পৰা ৰাজহ যোৱা বছৰৰ একে মাহত এই ভিন্ন উৎস পৰা হোৱা ৰাজহতকৈ ১৯ শতাংশ অধিক।

বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰা মতে এইয়া অৰ্থনৈতিক পুনউত্থানৰ সৈতে যথেষ্ট সামঞ্জস্যপূৰ্ণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

১২ জন বিধায়ককে ধৰি বিৰোধী দলৰ নেতাৰ মেঘালয় তৃণমূলত...

■ মেঘালয়ৰ বিৰোধী দলৰ নেতা মুকুল চাংমাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰিছে। ৰাজ্যখনৰ ১৬ জন বিৰোধী...

কেন্দ্ৰীয় চৰকাৰে ৫ খন ৰাজ্যৰ মাওবাদী প্ৰভাৱিত অঞ্চলৰ ৭,০০০...

●কেন্দ্ৰীয় কেবিনেটে অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আৰু উৰিষ্যাৰ ৪৪ খন জিলাৰ ৭,০০০ তকৈও অধিক গাঁৱত ৪জি...

বিতৰ্কিত বিধয়াক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

দিচপুৰ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰে শ্বেৰমান আলিক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক শ্বহীদক অপমান কৰিছিল শ্বেৰমান আলীয়ে বৰ্তমান পানবজাৰ আৰক্ষীৰ...