34 C
Guwahati

সৰ্বভাৰতীয় বেংক ধৰ্মঘটৰ দ্বিতীয় দিন, অসমতো অচল বেংক সেৱা

- Advertisement -

♦দেশজুৰি চলি থকা দুদিনীয়া বেংক ধৰ্মঘটৰ আজি দ্বিতীয় দিন৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা উক্ত ধৰ্মঘটৰ ফলত আজিও দেশজুৰি ব্যাহত হৈছে বেংক সেৱা৷ আনহাতে, এই বেংক ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাইছে উত্তৰ-পূব ভাৰতৰ বেঙ্ক সমূহৰ সংযুক্ত মৰ্চাই৷

মৰ্চাৰ উদ্যোগত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে দুদিনীয়া বেংক ধৰ্মঘটৰ কাৰ্যসূচীক সমৰ্থন জনাই আজি দ্বিতীয় দিনাও কৰ্মচাৰীসকল বিৰত আছে নিজৰ কৰ্মৰ পৰা৷ উল্লেখ্য, ৰাষ্ট্ৰীয়কৃত বেঙ্কসমূহক ব্যক্তিগতকৰণৰ বিৰুদ্ধাচৰণ কৰি দেশজুৰি বেংক কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী৷

একেদৰে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতো আজি দ্বিতীয় দিনাৰ বাবে বেঙ্কসমূহৰ নিয়মীয়া কাম-কাজ ব্যাহত হয়। অগ্ৰণী বেঙ্ক প্ৰতিষ্ঠান আইডিবিআই বেঙ্কৰ কৰ্মচাৰীসকলে তেওঁলোকৰ চাৰিদফীয়া দাবিসম্বলিত প্ৰতিবেদন ঊৰ্ধতন কৰ্তৃপক্ষক দাখিল কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

Is Organic Really Better? Healthy Food or Trendy Scam?

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

বাহাৰঘাট উচ্চ বুনিয়াদী বিদ্যালয়ত ভেকচিন প্ৰদান শিবিৰ।

সানেকুছি স্বাস্থ্য কেন্দ্ৰত ১০৮ এম্বুলেন্স সেৱা। স্হানীয় সমাজসেৱী যুৱকৰ প্ৰচেষ্টা আৰু স্বাস্থ্য বিভাগৰ লগতে সানেকুছি ৰাজ্যিক...

নলবাৰীত সাপ্তাহিক বজাৰ বন্ধ ঘোষণা প্ৰশাসনৰ

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি...