21 C
Guwahati

IIT Guwahati Covid-19: মহানগৰীত পুনঃ কোভিডৰ সংক্ৰমণ; গুৱাহাটী আই আই টি কণ্টেইনমেণ্ট জ’ন

- Advertisement -

♦ গুৱাহাটী আই আই টি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা
♦ কোভিডত আক্ৰান্ত হৈছে গুৱাহাটী আই আই টি অধ্যাপকসহ ৬০ গৰাকীকৈ শিক্ষাৰ্থী

♦ পশ্চিম বংগৰ পৰা গুৱাহাটীলৈ অহা আই আই টিৰ ইলেকট্ৰনিক বিভাগৰ অধ্যাপকৰ পৰিয়ালত এইবাৰ কোভিডৰ সংক্ৰমণ ধৰা পৰিছে
♦ পৰিয়ালটোৰ এটি ৮ বছৰীয়া কণমানিৰ দেহতো ধৰা পৰিছে কোভিডৰ অৱস্থিতি

♦ এই ঘটনাৰ বাবে তাৎক্ষণিকভাৱে আই আই টি গুৱাহাটীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে
♦ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনত বৰ্তমানলৈকে প্ৰায় ৬০ গৰাকী শিক্ষাৰ্থী আৰু অধ্যাপক কোভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে

♦ কামৰূপ জিলা উপায়ুক্তই প্ৰকাশ কৰিছে এই কথা
♦ সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে অধ্যাপকসহ কোভড আক্ৰান্ত পৰিয়ালটো

♦ যোৱা কিছুদিন আগতেও মহানগৰীৰ বহুকেইখন শৈক্ষিক প্ৰতিষ্ঠানত কোভিডৰ সংক্ৰমণ ধৰা পৰিছিল
♦ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়কে ধৰি কেইবাখনো মহাবিদ্যালয়ত কোভিড সংক্ৰমণৰ পাছতে মহাবিদ্যালয়কেইখন বন্ধ কৰি দিয়া হৈছিল।
♦ পুনৰ কোভিডৰ এনে সংক্ৰমণৰ বাবে উদ্বিগ্ন প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

♦ কেৱল স্বাস্থ্য বিভাগেই নহয়, অভিভাৱক সকলেও এতিয়া চিন্তিত হৈ পৰিছে।
♦ বৰ্তমানেও ৰাজ্যৰ প্ৰায়ভাগ শিক্ষানুষ্ঠান খোলা হৈ আছে।
♦ সমান্তৰালভাৱে কোভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থাও কৰিছে স্বাস্থ্য বিভাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
42 %
2.2kmh
97 %
Wed
23 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

মুম্বাইত লাচিত-দিৱস উদযাপন

বীৰ লাচিতৰ প্ৰতি সন্মান জনাই সমগ্ৰ অসমৰ লগতে ২৪ নভেম্বৰ দেওবাৰে নৱীমুম্বাইৰ অসম ভৱনত, Assam Association Mumbai...

PEC insists on fair trial to convicted Cambodian journalist...

♦Guwahati: Press Emblem Campaign (PEC), the Geneva- based global media rights body expressed serious concern over the...

কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী

শুক্ৰবাৰে সন্ধিয়া ৬-৩০ বজাত ছয়মাইলস্থিত অভাৰব্ৰীজৰ তলত আপ অসমৰ এটা দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক...