19 C
Guwahati

A Brave Woman walks in Jungle with a group of Lionesses, see viral video

- Advertisement -

■ আপুনি কেতিয়াবা এগৰাকী মহিলাক হিংস্ৰ জীৱ সিংহৰ দলৰ মাজত কোনো ভয় নোহোৱাকৈ অকলে খোজ কাঢ়ি থকা দেখিছে নে? আজি আমি আপোনাৰ বাবে এনে এগৰাকী নিৰ্ভীক মহিলাৰ ইনষ্টাগ্ৰামৰ ভিডিঅ’ দেখুৱাব বিচাৰিছোঁ, যি অৰণ্যত সিংহৰ দলটোৰ মাজত নিৰ্ভয়ে খোজ কাঢ়ি আছে। এই ভিডিঅ’টো দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল হতবাক হৈ পৰিছে আৰু প্ৰতিজন ব্যৱহাৰকাৰীয়ে এই সাহসী মহিলাগৰাকীৰ পৰিচয়ৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈছে।

সিংহৰ সৈতে একেলগে খোজ কাঢ়ি থকা এই ভিডিঅ’টো ইনষ্টাগ্ৰামত “চাফাৰিগেলেৰী”ত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৱে এতিয়ালৈকে ৩০,০০০ৰ অধিক লাইক পাইছে।

ভাইৰেল হোৱা ভিডিঅ’টোত, মহিলাগৰাকীয়ে নিৰ্ভীকভাৱে সিংহৰ মাজত অকলে খোজ কাঢ়ি থকা দেখা গৈছে আৰু ভিডিঅ’টো চলি থকাৰ লগে লগে, মহিলাগৰাকীক সিংহবোৰৰ পিছফালে খোজ কাঢ়ি থকা আৰু আনকি সিংহৰ নেজত ধৰি থকা দেখা গৈছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ শিৰোনামটোত লিখা আছে, “Do one thing every now & then that scares the life out of you. Would you try this?” সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলাগৰাকী অৰণ্যৰ ওচৰত অৱস্থিত কোনো গাওঁৰ বাসিন্দা বা বন্যপ্ৰাণীৰ প্ৰতি আকৃষ্ট মহিলা নহয়। তেওঁ এগৰাকী বিলাসী ভ্ৰমণকাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

Viral Video: Aloo Pasto

কণ্ঠশিল্পী ৰঙিয়াৰ গৌৰাঙ্গ দাসৰ এটি ভাইৰেল গীত

বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত ৮০ ৰ দশকৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী ৰঙিয়াৰ গৌৰাঙ্গ দাসৰ এটি ভাইৰেল গীত ©RabinDas

Sara Tendulkar: কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰাই মেডেচিনৰ...

♠ কিংবদন্তী মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ (Sachin Tendulkar) আৰু অঞ্জলি তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰ (Sara Tendulkar)। ক্ৰিকেটাৰ...