24.4 C
Guwahati

উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত সুধাকণ্ঠক স্মৰণ

- Advertisement -

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ ৯৭ সংখ্যক ওপজা দিন উপলক্ষে আজি শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীত তেখেতক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সোঁৱৰণী অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, উপ প্ৰধান আচাৰ্য জগদীশ শৰ্মা, মনিকা মুদৈ, জিন্টু তালুকদাৰ আচাৰ্য-আচাৰ্যা আদিকে ধৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ সহযোগত শ্ৰদ্ধাৰে ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত কালজয়ী সুন্দৰ গীত পৰিৱেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

Modi launches PM Vishwakarma Yojna for artisans; Sonowal joins...

Guwahati: Prime Minister Narendra Modi on Sunday launched the PM Vishwakarma Scheme for traditional artisans & crafts people on the occasion...

সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ কেন্দ্ৰীয় সমিতি গঠন

সংবাদ দাতা, মনীষা শৰ্মাঃ সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ নতুন কেন্দ্ৰীয় সমিতি খন অলপতে দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত...

বিকাশৰ ১২ দিনঃ বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য...

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ...