20 C
Guwahati

অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰি আই চি চি বিশ্বকাপ ক্রিকেটৰ চেম্পিয়ন

- Advertisement -

♦আই চি চি বিশ্বকাপ ক্রিকেটৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭ উইকেট পৰাজিত হৈছে। ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২৪১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত টছত জিকি অষ্ট্ৰেলিয়াই প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৪৩ অভাৰত ৪ উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়। ইফালে ষ্টেডিয়ামৰ ভিতৰ আৰু বাহিৰত ৩ তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হয় আৰু এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

কৰ’না কালত উৎপাদনশীল কৰ্মঃ কৃষ্ণাইৰ ভেলাখামাৰৰ এদল যুৱকে আৰম্ভ...

♦ কৰ’না মহামাৰীৰ সংহাৰৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনে সমগ্ৰ ৰাজ্য খনতে জাৰি কৰিছে আংশিক লকডাউন৷ তাৰ...

ৰাজ্যিক ভিত্তিত ধুবুৰী জিলাত ৩৩ সংখ্যক পুৰুষ-মহিলা কাবাডী প্ৰতিযোগিতা

■ ধুবুৰী জিলাৰ চাপৰ জিলা কাবাডী সন্হাৰ উদ্যোগত ৩৩ তম চিনিয়ৰ পুৰুষ আৰু মহিলা শাখাৰ ৰাজ্যিক ভিত্তিত...

বিহালীত অন্ন মহোৎসৱ : উদ্বোধন বিধায়ক ৰঞ্জিত দত্ত :

    খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিশ্বনাথ জিলাৰ উদ্যোগত সোমবাৰে পূৱ বিহালী সমবায় সমিতি লিমিটেড কাৰ্য্যলয় প্ৰাঙ্গণত অনুষ্ঠিত...