- গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
- বিমানবন্দৰত প্ৰদানমন্ত্ৰীক উষ্ম আদৰণি ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ
- বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি
- বিবানবন্দৰৰ পৰা কইনাধৰালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
- কাইলৈ খানাপাৰাত বিশাল জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ১১,৫৯৯ কোটি টকাৰ প্ৰকল্প ৰাজ্যবাসীক উপহাৰ দিব প্ৰধানমন্ত্ৰী গৰাকীয়ে
- নিশাৰ ভাগত বিজেপিৰ ক’ৰ কমিটিৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে