24.4 C
Guwahati

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

- Advertisement -

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে jeemain.nta.ac.in ৱেবচাইটত গৈ ফলাফল চাব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছ যে, ২৩ গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত ১০০ শতাংশ নম্বৰ লাভ কৰিছে। ১১ লাখ ৭০ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

JEE Main 2022 postponed again! Both the sessions in June and July  [correction window closes today] – ThePrint – ANIPressReleases

১০০ শতাংশ নম্বৰ লাভ কৰাসকলৰ ভিতৰত ৭ গৰাকী তেলেংগানাৰ, হাৰিয়ানা আৰু দিল্লীৰ দুগৰাকীকৈ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ তিনিগৰাকীকৈ আৰু গুজাৰাট, কৰ্ণাটক আৰু তামিলনাডুৰ এগৰাকীকৈ শিক্ষার্থী আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন

জালুকবাৰীঃ দেশৰ আন আন ৰাজ্য আৰু বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো ১৫ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন...

কেন্দ্রীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক-২০২৩, বিধেয়কক লৈ লোকসভাত আলোচনা

লোকসভাত আজি কেন্দ্রীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৩ লৈ পুনৰ মধ্যাহ্ন ভোজন বিৰতিৰ পাছত আলোচনা আৰম্ভ হয়। বিধেয়কখনৰ...

ৰঙাপৰা প্রেছ ক্লাবৰ সাধাৰন সভা, দুটা বৰ্ষৰ বাবে প্রেছ...

■ কঠোৰ প্ৰত্যাহ্বানৰ মাজৰে বিচলিত নোহোৱাকৈ সংবাদ পৰিবেশন কৰাই হ'ল সংবাদ মাধ্যমৰ কৰ্তব্য। ই সম্পূৰ্ণ নিৰপেক্ষ আৰু...