32.2 C
Guwahati

পশ্চিম বিলাসীপাৰাত গুলী চালনাৰ ঘটনা

- Advertisement -
  • পশ্চিম বিলাসীপাৰাত গুলী চালনাৰ ঘটনা
  • পশ্চিম বিলাসীপাৰা পানবাৰীৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছত গুলী লাগি আহত এজন
  • কোকৰাঝাৰ জিলাৰ তুলসীবিলৰ পৰা ধুবুৰী অভিমুখী AS-19-C-8597 বাছখনে পশ্চিম বিলাসীপাৰাৰ পানবাৰী আৰু চুপাৰিঘাট মাজত ১৭নং ৰাষ্ট্রীয় ঘাইপথত হঠাৎ সন্দেহজনক বন্দুকৰ গুলী আহি বাছৰ গ্লাছ ভাঙি এজন যাত্ৰী আহত হয়
  • সন্দেহজনক বন্দুকৰ গুলী ক’ৰ পৰা আহিল এতিয়ালৈকে জানিব পৰা নাই
  • আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা হ’ব প্ৰকৃত ঘটনাৰ কাৰণ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

গোৱালপাৰাত ভোটদান সন্দৰ্ভত সজাগতা মূলক অনুষ্ঠানঃ

 ■ তৃতীয় লিংগৰ লোকৰ সৈতে উপায়ুক্ত বৰ্ণালী ডেকাৰ মত বিনিময় ● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা নিৰ্বাচনী...

Manayavar&Mohey- Showroom মুকলি অভিনেত্ৰী নিকিতা গোস্বামী 

  Manayavar&Mohey- Showroom মুকলি অভিনেত্ৰী নিকিতা গোস্বামী : শনিবাৰে গুৱাহাটীৰ মহানগৰ আদাবাৰীত Manyavar & Mohey -এটা Showroom মুকলি কৰা হৈছে...

শিক্ষাবিদ ড° অনিল শ‍ইকীয়াক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা...

♦ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি লোকসংস্কৃতিৰ গৱেষক তথা...