19 C
Guwahati

শিক্ষাবিদ ড° অনিল শ‍ইকীয়াক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান

- Advertisement -

♦ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি লোকসংস্কৃতিৰ গৱেষক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ নগৰৰ আমোলাপট্টি হিন্দু ধৰ্ম সভা নামঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ড° শ‍ইকীয়াক এই বঁটা প্ৰদান কৰে।

উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাই লক্ষ্মীপূর্ণিমাৰ দিনটোত সাহিত্যৰথী বেজবৰুৱাৰ জন্ম দিৱস উদযাপন কৰাৰ লগতে অসমৰ কলা-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা একোজন বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে। বঁটা প্ৰদান অনুষ্ঠানত ৰসৰাজ বেজবৰুৱাৰ পৰিয়ালৰ লগতে বহুকেইজন কবি, সাহিত্যিক তথা ছাত্র নেতা উপস্থিত থাকে।

#newsonair.gov.in

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

শোণিতপুৰত  মাৰণাস্ত্ৰ উদ্ধাৰ

  শোণিতপুৰত  মাৰণাস্ত্ৰ উদ্ধাৰ   Tezpur  15 Oct  : বিজয়া দশমীৰ দিনটোত অশুভ শক্তিৰ ওপৰত সত্য আৰু শুদ্ধৰ জয় উদযাপন...

অসম খবৰ📡Live Update

■ আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত ২০ বছৰীয়া যুদ্ধ সমাপ্ত কৰিছে। ■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব এণ্টনি ব্লিঙ্কেনে কয় যে, আফগানিস্তানত...

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভবতা শাৰীৰিক প্ৰতিবন্ধকতাৰ মাজৰে উৰ্ত্তীণ...

  চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভবতা শাৰীৰিক প্ৰতিবন্ধকতাৰ মাজৰে উৰ্ত্তীণ ছাত্ৰ ৰোহিত বৰাৰ পঢ়াৰ খৰছ বহন কৰাৰ...