20 C
Guwahati

অসম খবৰ📡Live Update

- Advertisement -

■ আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত ২০ বছৰীয়া যুদ্ধ সমাপ্ত কৰিছে।
■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব এণ্টনি ব্লিঙ্কেনে কয় যে, আফগানিস্তানত আমেৰিকাৰ কাম অব্যাহত থাকিব।
■ ভাৰতৰ নেতৃত্বত ইউএনএছচিয়ে আফগানিস্তানৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰিছে; আফগান আৰু সকলো বিদেশী নাগৰিকক সুৰক্ষিতভাৱে যাত্ৰা কৰাৰ আহ্বান জনাইছে।
■ ভাৰতে কয় যে, আফগানিস্তানৰ ভূখণ্ড কোনো দেশক আক্ৰমণ কৰিবলৈ বা সন্ত্ৰাসবাদীক আশ্ৰয় দিবলৈ ব্যৱহাৰ কৰিব নালাগে।
■ ৰাষ্ট্ৰই সতৰ্ক হৈ থাকিব লাগে আৰু যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ সাজু থাকিব লাগেঃ ৰাজনাথ সিং

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

গুৱাহাটীত অঘটন, দুৰ্বৃত্তৰ গুলিত নিহত ১

● গুৱাহাটীত অঘটন, দুৰ্বৃত্তৰ গুলিত নিহত ১ ● খানাপাৰাত সন্ধিয়াৰ ভাগত দুৰ্বৃত্তৰ চাঞ্চল্যকৰ গুলিচালনা ● দুৰ্বৃত্তৰ গুলিত নিহত এজন...

গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা Video

  গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা অসম খবৰ প্ৰতিনিধি গোৱালপাৰা ১৯ ছেপ্টেম্বৰ :: মৎস্য চিকাৰ মানৱ জাতিৰ এক প্ৰাচীন পৰম্পৰা...

নলবাৰীত ডাইনাপালি প্ৰভাত হালৈৰ দুখন গ্ৰন্থ উন্মোচন

■ : "সৰু গ্ৰন্থ এখন ৰচনাৰদ্বাৰাও এগৰাকী লেখক বিখ্যাত সাহিত্যিক হ’ব পাৰে । গ্ৰন্থখনৰ জৰিয়তে লেখকে এখন...