19 C
Guwahati

গুৱাহাটীত অঘটন, দুৰ্বৃত্তৰ গুলিত নিহত ১

- Advertisement -

● গুৱাহাটীত অঘটন, দুৰ্বৃত্তৰ গুলিত নিহত ১
● খানাপাৰাত সন্ধিয়াৰ ভাগত দুৰ্বৃত্তৰ চাঞ্চল্যকৰ গুলিচালনা
● দুৰ্বৃত্তৰ গুলিত নিহত এজন ব্যক্তি
● নিহত লোকজন এজন জেচিবি মেকানিক বুলি জানিব পৰা গৈছে
● কি কাৰণত লোকজনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলিচালনা কাৰণ জনা হোৱা নাই
● ঘটনাস্থলীত উপস্থিত শীৰ্ষ আৰক্ষী বিষয়া
● উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং
● তদন্তৰ বাবে বিশেষ গোট গঠন
● নিহত লোকজনৰ পৰিয়ালৰ দাবী কোনো লোকৰ সৈতে শত্ৰুতা নাছিল লোকজনৰ
● সন্দেহ কৰা হৈছে, ভুলবশত লোকজনক অন্য লোক বুলি গুলিচালনা কৰা হৈছে
● দুৰ্বৃত্তৰ লক্ষ্যত ভুল হোৱাৰ বাবে অঞ্জন নাথৰ মৃত্যু হৈছে
● ভগ্নীক মটৰ চাইকেলত ঘৰলৈ নিবৰ বাবে অপেক্ষাত আছিল অঞ্জন নাথ
● ভগ্নীয়ে গণেশগুৰি এখন পাৰ্লাৰত কৰ্মৰত
● যান বাহনৰ অসুবিধাৰ বাবে অঞ্জন নাথে নিজৰ কৰ্মস্থানৰ পৰা খানাপাৰত ভগ্নীক ঘৰলৈ নিবৰ বাবে উক্ত ঠাইত প্ৰায়ে অপেক্ষা কৰে।
● ঘটনাৰ স্থানৰ চাৰিওকাষে আছে চি চি টি ভি কেমেৰা, তেনে স্থলত কেনেকৈ গুলিচালনা সংঘটিত হ’ল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে
● উক্ত স্থানত আৰক্ষীৰ তহলদাৰী লোকৰ উপস্থিতি সংঘটিত হৈছে গুলিচালনা
● সৰ্বসাধাৰণ লোকৰ নিৰাপত্তা বিষয়ক লৈ প্ৰশ্ন উঠিছে
● দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী, অপৰাধীৰ ঘটিত পৰিণত হৈছে নেকি গুৱাহাটী?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

নলবাৰী জিলা সাহিত্য সভাত ‘নলবৰীয়া প্ৰচলিত শব্দ, জতুৱা ঠাঁচ,...

■ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি– সাহিত্যিক পেন্সন প্ৰাপক গোলোক পাঠকৰদ্বাৰা ৰচিত ‘নলবৰীয়া প্ৰচলিত শব্দ, জতুৱা...

তিনি বছৰত ৩৮ মিটাৰ দলং, যমৰ যাতনাত ৰাইজ

শামুকৰ গতিতত চলিছে কোকিলা-গুনিয়ালগুৰী দলংৰ কাম বঙাইগাঁও-বৰপেটা জিলাৰ সীমান্ত এলেকা কোকিলা-গুনিয়ালগুৰী সংযোগী দলং খন ২০১৮-১৯ বৰ্ষত লাচিত...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যাচাৰ্য–নলবাৰীৰত্ন–পণ্ডিত ডঃ হৰিনাথ শৰ্মাদলৈক...

♦নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৩০ জুনত সাহিত্যাচাৰ্য–নলবাৰীৰত্ন– নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি–পণ্ডিত ডঃ হৰিনাথ শৰ্মাদলৈ...