19 C
Guwahati

ৰকিবুল হুছেইন গব্বৰ, ভিলেইন, HERO কেতিয়াও হ’ব নোৱাৰেঃ বিশ্বজিৎ ফুকন

- Advertisement -

চামগুৰিত যোৱা ২৩ বছৰত বিধ্বস্ত ৰূপ দেখিছোঁ৷ বাট পথৰ একো কামেই নকৰিলে ৰকিবুল হুছেইনে৷ নিৰ্বাচনত হাৰিলে ৰকিবুলে EVM ক দোষ দিয়ে৷ এইবাৰ নিৰ্বাচনৰ আগতেই EVM ক দোষ দিছে৷ দাবী ধমকিৰেই নিৰ্বাচন জিকি আহিছিল ৰকিবুলে৷ ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকী আহিছিল ৰকীবুল হুছেইন৷ চামগুৰিত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে জনতাই, সেয়ে এইবাৰ ৰাইজে BJP ক ভোট দিব৷ নিজৰ সন্তানক কোনেও গুণ্ডাগিৰি নিশিকায়৷ ৰকিবুল হুছেইনে ৰুচিবোধ সম্পন্ন ৰাজনীতি শিকিবলৈ দিয়ক সন্তানক৷ নাটক কৰি সন্তানক জিকাব বিচাৰিছে ৰকীবুল হুছেইনে৷ তেওঁ গব্বৰ, তেৱেঁই ভিলেইন, তেওঁ কেতিয়াও HERO কেতিয়াও হ’ব নোৱাৰে৷ ৰকিবুল হুছেইনৰ লগত থকা মানুহেই এইবাৰ অতিষ্ঠ হৈ BJP ৰ হৈ কাম কৰিছে৷ ধুবুৰীত EVM টেম্পাৰিং কৰিছিল নেকি ৰকিবুল হুছেইনে? অসৎ ৰাজনীতিৰ উদাহৰণ ৰকিবুল৷ উন্নয়নৰ কথা নকয়, সাম্প্ৰদায়িক কথা কৈ নিৰ্বাচন খেলে ৰকিবুল হুছেইনে৷

জুবিন সন্দৰ্ভত মন্তব্য বিশ্বজিৎ ফুকনৰ৷ জুবিন গাৰ্গে কিছু অধ্যয়ন কৰিলে বুজি পাব, অসমীয়া ভাষাৰ সাহিত্যৰ বহু পিছত বাংলা সাহিত্যৰ সৃষ্টি হৈছে৷ পঢ়িলে গম পাব অসমীয়া ভাষা কিমান পুৰণি৷

বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত মন্তব্য বিশ্বজিৎ ফুকনৰ৷ স্বাৰ্থৰ বাবে বহু তললৈ যাব পাৰে বিৰোধী৷ নিৰ্বাচন জিকিবলৈ অখিল গগৈয়ে গৌৰব গগৈ, গৌৰব গগৈয়ে অখিল গগৈৰ ভৰিত ধৰিব পাৰে৷ ক্ষমতাৰ বাবে আকৌ লগ লাগিব বিৰোধী৷ ২০২৬ত এইবাৰৰ আধা আসনো নাপায় বিৰোধীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

কৃষ্ণাইত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত নিয়মীয়া চাফাই অভিযান

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ সচেতন নাগৰিক মঞ্চ, কৃষ্ণাইৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক...

বিগত ৯ বছৰে বিকল গুৰিয়া পানী যোগান আঁচনিঃ কাৰ্যক্ষম...

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ: কেতিয়া কাৰ্যক্ষম হৈ উঠিব গুৰিয়া পানী যোগান আঁচনি ৷ বিগত...

কবি–অনাতাঁৰ শিল্পী–শিক্ষক সুৰেন্দ্ৰনাথ দাসৰ কাব্যপুথি ‘ৰামধেনু’ উন্মোচন

♦ নলবাৰী : কৈঠালকুছি হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক, কবি-অনাতাঁৰ শিল্পী সুৰেন্দ্ৰনাথ দাস প্ৰণীত ‘ৰামধেনু’ নামৰ কাব্যপুথি এখন ৮...