25.5 C
Guwahati

চিৰাং জিলাত “বীৰ বীৰছা মুণ্ডা মেমৰিয়েল ফুটবল চেম্পিয়ন ট্ৰফী” শীৰ্ষক প্ৰতিযোগিতা

- Advertisement -

চিৰাংঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সত্তা ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ উদ্যোগত আজি চিৰাং জিলাত ‘বীৰ বীৰছা মুণ্ডা মেমৰিয়েল ফুটবল চেম্পিয়ন ট্ৰফী’ শীৰ্ষক প্ৰতিযোগিতাখনি শুভাৰম্ভনি কৰা হয়।

আজি আৰম্ভণি অনুষ্ঠানত আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ ই এম বিলিয়ম টুডু আৰু টিৰকু টুডু লগতে অমৃত হেমব্ৰম, আয়োজক সমিতিৰ সভাপতি বিলিয়ম বাদল টুডু ক্ৰীড়া সম্পাদক যোছেফ মাৰ্দি, সম্পাদক বাবুৰাম মূৰ্মুৰ লগতে অন্যান্য সকল উপস্থিত আছিল। চিৰাং জিলাৰ ৰাবনঘাট ফুটবল খেলপথাৰত ১৫ নৱেম্বৰৰ পৰা অহা ২০ ডিচেম্বৰলৈকে প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ দ্বিতীয়টো সংস্কৰণত ৪২ টা দলে অংশগ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

Mercedes’ Lead Designer Talks to Euronews About Future

To understand the new smart watched and other pro devices of recent focus, we should look to...

আপুনি শীতকালত গৰম পানীৰে গা ধোৱে নেকি? স্বাস্থ্যৰ বাবে...

■ ৰাতিপুৱা গা ধোৱাৰ পাছত আমাক দিনটোৰ ভিন্ন কাম-কাজৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সতেজ কৰি তোলে। কিন্তু...

ভাৰত ৰত্ন ড০ এপিজে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰী...

♦ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'মিছাইল মেন অৱ ইণ্ডিয়া' হিচাপে পৰিচিত ভাৰত ৰত্ন ড০ এ...