25.5 C
Guwahati

চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ চুইমিং চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ ঘোষণা

- Advertisement -

উত্তৰ গুৱাহাটীঃ কৰ্ণাটকৰ উদুপি জিলাৰ পাদুবিদ্ৰী, ব্লু ফ্লেগ এণ্ড পইণ্ট বীচত অহা ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ চুইমিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে (২০২৪ বৰ্ষৰ) অসম সাঁতোৰ সন্থাই অসমৰ দহজন প্ৰতিভাশালী সাঁতোৰবিদৰ নাম ঘোষণা কৰিছে।

অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে খেলুৱৈসকল হৈছে প্ৰেৰণা লোধ, অংগৰিকা গগৈ, ভাৰ্গৱী হাজৰিকা, তপস্যা ৰাজ নন্দিনী, দিগন্ত ৰায়, মীৰাজ হুছেইন, কমল কৃষ্ণ দাস, ঋষি ঘোষ, মানশ ৰাহাং, প্ৰিয়াংশু তালুকদাৰ। দলটোৰ সৈতে প্ৰশিক্ষক বাবুল গুৰুং আৰু দলৰ মেনেজাৰ ধনঞ্জয় দাস উপস্থিত থাকিব। অসম সাঁতোৰ সন্থাই দলটোৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ কৰাৰ লগতে সংস্থাটোৱে খেলুৱৈসকলক শুভকামনা জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ বঁটা

♦ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ কামৰূপ জিলাৰ ৰঙিয়াৰ নিকটৱৰ্তী চাপনীয়া গাঁওৰ নিৱাসী কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ...

চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন অভিলেখ

আহমেদাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ দিনটোত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ এদিনতে...

ৰঙাপৰাৰ নামনিগাঁৱত নৱনিৰ্মিত মছজিদৰ শুভ উদ্বোধন

‘উপসনাস্থলীত মানৱ জাতিৰ মংগলৰ কামনাৰ্থে মানুহে প্ৰাৰ্থনা জনাই আহিছে’- সমাজকৰ্মী নগেন বসুমতাৰী ঈশ্বৰৰ প্ৰাৰ্থনাৰ জৰিয়তে মনৰ শান্তি...