19 C
Guwahati

‘যিসমূহ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে। সেই অনুসৰি কৰিমগঞ্জ জিলাৰ নামো সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’ -মুখ্যমন্ত্ৰী

- Advertisement -

➤ৰাজ্যৰ গাঁও, চহৰ, জিলাৰ যিসমূহ নাম সাংবিধানিক নহয়, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী
➤অসমৰ বহু গাঁও-নগৰ-চহৰ বা জিলাৰ নাম সলনি হ’ব
➤কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা হিচাপে নামকৰণত কেবিনেটত অনুমোদন
➤৩০ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা
➤অহা ২৪ ফেব্ৰুৱাৰীত Assam Investment and Infrastructure Summit অনুষ্ঠিত হ’ব অসমত
➤সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰাৰ সিদ্ধান্ত
ঐতিহাসিক, অভিধানিক গুৰুত্ব নথকা বহু শব্দ অসমৰ কেইবাখনো গাওঁ-নগৰ-চহৰৰ নামত আছে।
সেয়ে একাদিক্ৰমে নাম সলনি কৰা হৈছে
➤ ২৩ তাৰিখে উপ-নিৰ্বাচনৰ ফলাফল সকলোৱে গম পাব। বিশেষ জল্পনা কল্পনা একো নাই। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

ৰঙিয়াত সন্ধানহীন কন্য সন্তানসহ মাতৃ

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ: ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা...

মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ

● মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ । বহু লোকে আন সমস্যাক সমাধান কৰিব নোৱাৰি হীনমন্যতাত ভুগি...

আজিৰ পৰা ডাকঘৰ-এটিএম কাৰ্ড আৰু লেনদেনকে ধৰি একাধিক নিয়ম...

● কি কি নিয়ম সলনি কৰা হৈছে সবিশেষ তথ্য চাওঁক ■ নতুন দিল্লীঃ আপোনাৰ ডাকঘৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ...