24.4 C
Guwahati

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট

- Advertisement -

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট।

৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। মুঠ ৫টা শাখাত হ’ব প্ৰতিযোগিতা। ২৭ নৱেম্বৰত দিনৰ ১১ বজাত স্প’ৰ্টছ মিট মুকলি কৰিব মন্ত্ৰী পীয়ূষ হাজৰিকাই।

সৰ্বোচ্চ বঁটা লাভ কৰা ৰাজ্যখনে পাব যাদৱ চন্দ্ৰ ভূঞা বিশেষ বঁটা। শচীন ছামাৰিয়া হ’ব এই স্প’ৰ্টছ মীটৰ ব্ৰেণ্ড এম্বেচাদৰ। আজি গুৱাহাটীৰ উদয়াচলত সংবাদমেল সম্বোধন ৰিণিকি ভূঞা শৰ্মা আৰু চৈয়দ জাৰিৰ হুছেইনে এনেদৰে উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

এন ই ফ’কাচ উদ্যোগত ‘অতীত সংৰক্ষণ কৰো ভৱিষ্যত সুৰক্ষা...

♦ অতীতৰ বুকুতে বৰ্তমান, বৰ্তমানৰ বুকুতে ভৱিষ্যত গঢ় লয়। ঐতিহ্য সংৰক্ষণ তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন...

এডাল আম গছতে ভিন্ন প্ৰজাতিৰ আম লগোৱা এগৰাকী শিক্ষক…

নলবাৰী জিলাৰ গুৱাকুছিৰ বিজ্ঞান শিক্ষক তাজেৰ আলিৰ সুন্দৰ পদক্ষেপ এডাল আম গছতে বিভিন্ন প্ৰজাতিৰ আম লগাই চমক দেখুৱালে...

ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সুৰক্ষিত কৰিবনে? গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি...