32.2 C
Guwahati

শিৱসাগৰত ৪৫টাকৈ গোচৰত অভিযুক্ত মষ্ট ৱাণ্টেত বুবু কোঁৱৰ নিহত আৰক্ষীৰ গুলীত

- Advertisement -

◊ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ

♦অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ দেওপানীত সন্ধিয়া অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুৰ্ধষ অপৰাধী বুবু কোঁৱৰ।

♦ বিভিন্ন অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি বহুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল বুবু কোঁৱৰ।

♦ বুবু কোঁৱৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গেলেকী হাস্পাতালৰ পৰা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

অসমৰ সামাজিক সমন্বয় সাধনত শংকৰদেৱৰ ভাৱাদৰ্শৰ ওপৰত ৰঙাপৰা মহাবিদ্যালয়ত...

◊ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত অসমৰ সামাজিক সমন্বয় সাধনত শংকৰদেৱৰ ভাৱাদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা...

৫৮ নং তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত অশোক ভট্টৰায়

  ৫৮ নং তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত অশোক ভট্টৰায় সমাগত উপ নিৰ্বাচন ।ব্যস্ত প্ৰতিটো ৰাজনীতি দলৰ নেতা কৰ্মী পৰা মুখ্য...

বিধায়ক ৰঞ্জিত দত্ত মহানোভবৱতা :

বিধায়ক ৰঞ্জিত দত্ত মহানোভবৱতা : ডিজিটেল ডেস্ক অসম খবৰ ২৭ আগষ্ট :শুক্ৰবাৰে বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধায়ক সভা...