19 C
Guwahati

শীঘ্ৰে মুক্তি লাভ কৰিব উদীয়মান কণ্ঠশিল্পী জোতিস্মান ৰাজৰ কন্ঠত ” যদি আদৰ নাছিল ” শীৰ্ষক গীতৰ ভিডিঅ’

- Advertisement -

■ সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ভিড মহামাৰীয়ে ব্যাপকভাবে প্ৰভাৱ পেলাইছে। ক’ভিড মহামাৰীৰ নিৰ্মূলৰ বাবে লক ডাউন দিয়া হৈছে। এই লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছে সকলো কাম-কাজ।

 

একেদৰে বন্ধ হৈ পৰিছে ভ্ৰাম্যমান থিয়েটাৰ, সভা সমিতি, বিহু বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানসমূহ। এই বন্ধৰ সময়ছোৱাত বহুতো প্ৰতিভাৰ সৃষ্টি হৈছে। নলবাৰী জিলাৰ উদীয়মান কণ্ঠ শিল্পী জোতিষ্মান ৰাজৰ কণ্ঠত কেইবাটাও গীতৰ ভিডিঅ’ ইতিমধ্যে মুক্তি লাভ কৰিছে।

 

এইবাৰো জোতিষ্মান ৰাজৰ কণ্ঠত শীঘ্ৰে মুক্তি লাভ কৰিব এটি গীতৰ ভিডিঅ’। ইতিমধ্যে নলবাৰীৰ পাগলদিয়া ৰিৰ্জটৰ লগতে বিভিন্ন স্থানত দৃশ্যগ্ৰহণ সমাপ্ত হৈছে। গীতৰ ভিডিঅ’ পৰিচালনা কৰিছে অভিনেতা, নৃত্যশিল্পী পংকজ তালুকদাৰে। সংগীত ব্যৱস্থাপনা চন্দন শৰ্মা, অভিনয়ত কৰিছে পংকজ তালুকদাৰ, নৱাগতা লভিতা, শিশু শিল্পী লিজা আৰু চাফিনে।

 

কেমেৰা কাম সৰ্ম্পন্ন সৌৰভৰ। সাজসজ্জা কৰিছে দিপ্তী সৰকাৰে। গীতটোক লৈ এতিয়া খুবে আশাবাদী পৰিচালক পংকজ তালুকদাৰ আৰু কণ্ঠ শিল্পী জোতিষ্মান ৰাজ। ইউটিউব চেনেলত পংকজ জে তালুকদাৰত অতি শীঘ্ৰে গীতৰ ভিডিঅ’ মুকলি কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

See The Diva’s Sexy Pictures: বলিউডৰ অভিনেত্ৰী কেটৰিনা কাঈফে...

সন্তানক বিদ্যালয়লৈ পঠিয়াই নিজ গৃহত পৰ্ণগ্ৰাফী নিৰ্মাণত ব্যস্ত কোন...

■ লণ্ডনৰ এহাল দম্পতীয়ে তেওঁলোকে নিজৰ দুই সন্তানক বিদ্যালয়লৈ পঠিয়াই নিজ ঘৰত প্ৰাপ্তবয়স্কৰ ভিডিঅ', অৰ্থাৎ পৰ্ণগ্ৰাফী প্ৰস্তুতৰ...

“দিঠকত হেৰাল সপোন”ৰ পৰিচালক পংকজ পল্লৱ শৰ্মালৈ ইণ্ডিয়ান গ্ল’ৰী...

● অসমীয়া গ্ৰাম্য সমাজৰ জীৱনক লৈ নিৰ্মাণ কৰা "দিঠকত হেৰাল সপোন" কথাছবিখন পৰিচালনা কৰি সংস্কৃতিৰ পূজাৰী খ্যাত...