19 C
Guwahati

টিহুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নাথকুছী আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে তীব্ৰ অভিযান

- Advertisement -
  • ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ভাল্লা চ’কৰ পৰা AS-01 P-0211 নম্বৰৰ এখন অ’ল্টো গাড়ীৰ পৰা উদ্ধাৰ ৪৯ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ
  • গাঞ্জা সহ এজনক আটক কৰে যদিও ঘটনাস্থলীৰ আন এজন পলায়ন কৰে
  • গাঞ্জা সহ আটকাধীন লোকজন ওডালগুৰিৰ আচাব দৈমাৰী
  • দীৰ্ঘদিন ধৰি অৰুনাচলৰ পৰা বাক্সা,নলবাৰী আৰু বৰপেটা জিলাত ধৃত আচাব দৈমাৰীয়ে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়ী চলায় আহিছিল
  • ওডালগুৰিৰ পৰা বৰমালৈ নি থকা অৱস্হাত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথতে আটক কৰে গাঞ্জাসহ যুৱকজনক
  • গাঞ্জা সৰবৰাহ কৰা গাড়ীখনৰ পিছে পিছে বাইকেৰে আহি থকা লগৰীয়াৰ লগত চাৰিচকীয়া বাহন খন এৰি বাইকত উঠি পলায়ন কৰে গাঞ্জা সৰবৰাহ কাৰী আন এজন লোক
  • কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱা আৰক্ষীৰ এই সাফল্যক প্ৰশংসা ৰাইজৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

জম্মু-কাশ্মীৰ আৰক্ষীয়ে পিচিআৰ জম্মু আৰু পিচিআৰ কাশ্মীৰ-শ্ৰীনগৰত ২৪ ঘণ্টাই...

■ জম্মু-কাশ্মীৰ আৰক্ষীয়ে পিচিআৰ জম্মু আৰু পিচিআৰ কাশ্মীৰ-শ্ৰীনগৰত ২৪ ঘণ্টাই ৰাজহুৱা ট'ল ফ্ৰী হেল্পলাইন মুকলি কৰিছে। এই...

ASSAM RIFLES ORGANISED ‘PLANTATION DRIVE’ IN SRIKONA

♦ Assam Rifles under Headquarter Inspector General Assam Rifles (East) organised 'Plantation Drive' on 28 Aug 2023...

আজিৰে পৰা পাঁচ দিনীয়াকৈ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

♦অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰে পৰা পাঁচ দিনীয়াকৈ দিছপুৰত অনুষ্ঠিত হৈছে। বিধানসভাৰ প্ৰধান সচিবে জনোৱা মতে এই...