32.2 C
Guwahati

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰী জিলাৰ টিহুৰ ছাত্ৰী সাগৰিকা গোস্বামী

- Advertisement -

♦ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে সুনাম কঢ়িয়াই আনিলে টিহুৰ সাগৰীকা গোস্বামীয়ে। নলবাৰী টিহু নিবাসী টিহু হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকাই ‘বেটী বচাও বেটী পঢ়াও’ক উৎস হিচাপে লৈ ‘গাৰ্ল ইজ গোল্ড’ নামৰ ছুটি ছবি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয়।

মাত্ৰ ২১ বছৰ বয়সতে এখন চলচ্চিত্ৰৰ সকলো যাৱতীয় কাম-কাজৰ লগতে মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত।
ছুটি ছবিখনৰ কাহিনী, পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিইজিক, কষ্টিউম ডিজাইনিং, ভইছ অ’ভাৰ, আৰু কাষ্টিং সকলো সাগৰিকা গোস্বামীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

ক’ডিড প্ৰ’টকল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ কৃষ্ণাই আৰক্ষীঃ যান-বহনত অনাহক...

♦ চৰকাৰে জাৰি কৰা ক’ভিড সম্বন্ধীয় নতুন এছ অ পি উলংঘা কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে...

ইছলাম ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য, কোকৰাঝাৰ উপ...

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ আজি বগৰীবাৰীৰ ইছলাম ধৰ্মালম্বী জনতাই ইছলাম ধৰ্ম আৰু আল্লাহ বিৰুদ্ধে অপ্ৰীতিকৰ আৰু আপত্তিজনক...

শিৱসাগৰত অখিল গগৈঃ কাৰাবন্দী অখিল গগৈক কাষত পাই উচুপি...

শিৱসাগৰত অখিল গগৈ সমষ্টিৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত অখিল গগৈ কাৰাবন্দী অখিল গগৈক কাষত পাই উচুপি...