24 C
Guwahati

লাকুৱাত স্বাধীনতা অমৃত মহোৎসৱঃ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন

- Advertisement -

♦ লাকুৱাৰ লিথিংগা বস্তিত আজি ৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতা অমৃত মহোৎসৱ শীৰ্ষক এক কাৰ্য্যসূচী অনুস্থিত হয়। যি কাৰ্য্যসূচীৰ জৰিয়তে ৰাজগড় পৰা চলাপথাৰ পৰ্যন্ত কৰা হয় বৃক্ষ ৰোপন। মাহমৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সৌজন্যত আজিৰে পৰা আৰম্ভ হোৱা সপ্তাহ জোৰা এই বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰাজগড়ৰ পৰা চলাপথাৰলৈ প্ৰায় দুই কিলোমিটাৰ বিভিন্ন মূল্যৱান প্ৰজাতি গছ ৰোপণ কৰা হয়।সমগ্ৰ অসম তথা ভাৰতবৰ্ষতে আজি এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। ভাৰত চৰকাৰ নিৰ্দেশ অনুসৰি ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই দিনে-ৰাতি,...

● নলবাৰী সমষ্টিৰ বিধায়ক মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ সহধৰ্মিণী জুলি ডেকা বৰুৱাই বিগত কিছুদিন ধৰি দিনে-নিশা, ৰ'দে...

শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান

■ ঢেকিয়াজুলি কঁহাৰ গাঁওস্হিত শ্ৰীশ্ৰী কাংসপাৰ মাজ ঠাই সত্ৰৰ অধিকাৰ,তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মিত্ৰধন দেৱ মহন্তৰ...

বিলাসীপাৰাত বজ্ৰপাতত কৃষকৰ মৃত্যু

■ শুকুৰবাৰে সন্ধিয়াৰ ভাগত ধুবুৰী জিলাৰ বিলাসীপাৰাত হোৱা প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিৰ লগতে বজ্ৰপাতে ব্যাপক ক্ষতি কৰে৷ ধুমুহা,...