24.4 C
Guwahati

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত পূৰ্ণাংগ বাজেট দাখিল কৰে

- Advertisement -
  • অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত আজি পূৰ্ণাংগ বাজেট দাখিল কৰে।
  • বাজেটত অজন্তা নেওগে কেইবাখনো নতুন আঁচনি ঘোষণা কৰে।
  • বিত্ত বিভাগে এই বাজেট প্ৰস্তুত কৰাৰ পূৰ্বে বাজেট সন্দৰ্ভত ৰাইজৰ পৰা বিভিন্ন পৰামৰ্শৰ আহ্বান কৰিছিল।
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰখনৰ এয়া প্ৰথমখন বাজেট আৰু এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে এইবাৰ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

  অক্টোবৰ মাহৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি বনবিষয়া নয়নজ্যোতি দাসে জানিবলৈ দিছিল। ইয়াৰ পাছতে ১৫অক্টোবৰ...

অসম ডন বস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব বিকশিত ভাৰত@২০৪৭ ৰ...

♦ গুৱাহাটীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰা দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ উদ্দেশ্যেৰে আৰু ভাৰত চৰকাৰৰ শিক্ষা...

Covid19 Booster Dose; কোভিড আক্ৰান্ত হোৱাৰ পিছত বুষ্টাৰ ড’জ...

■ দেশজুৰি বৰ্তমান কোভিডৰ শেহতীয়া ঢৌ অ'মিক্ৰ'নে সকলোকে উদ্ৰেগজনক কৰি তুলিছে। কোভিড প্ৰতিষেধকৰ টীকাকৰণে অভিলেখ গঢ়িলেও বিশেষজ্ঞসকলে...