Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

24 C
Guwahati

নলবাৰীত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্না

- Advertisement -

■ সমগ্ৰ ৰাজ্য ৰ লগতে নলবাৰীতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে আই চি ডি এছ শিতানত ৰাজ্য চৰকাৰৰ বিশেষ বাজেট নিৰ্দ্ধাৰণ আৰু অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে মাননী বৃদ্ধিৰ লগতে অৱসৰকালীন সাহায্য সম্পৰ্কত শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসূচী হাতত লয়।

অঙ্গনৱাড়ী কেন্দ্ৰৰ ঘৰবোৰ বৈজ্ঞানিক ভাৱে আন্তঃগাঠনি সহ নিৰ্মান কৰি দিয়াৰ যথোচিত ব্যৱস্থা গ্ৰহন কৰা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মাননি বৰ্তমানৰ ২ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকালৈ বৃদ্ধি কৰা, সু-নিৰ্দিষ্ট পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ভিন্ন দাবীৰে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কৰ্মীসকলে কয় যে, নৱগঠিত চৰকাৰখনে এই দাবিসমূহ মানি ৰূপায়িত নকৰে তেন্তে অনাগত দিনত পুনৰ আন্দোলনৰ কৰিবলৈ বাধ্য হ’ব বুলি কৰ্মীসকলে উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

বৰভাগত অসম আৰক্ষীৰ আবেদনকাৰী সকলৰ বাবে বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ...

■ নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৮ শিক্ষান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলৰ মুখ্য উদ্যোগত তথা হোৱাটচ...

পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলং-কোকৰাঝাৰ-বঙাইগাঁও-বিশ্বনাথৰপৰাও আহিল ভূপেন-অঞ্জন-কমল-ৰত্ন গুৱাহাটীঃ প্ৰায় দুকুৰি দুবছৰৰ অন্তত গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ...

Doctors’ Advise on Sanitizers You Should Not Use

To understand the new smart watched and other pro devices of recent focus, we should look to...