22 C
Guwahati

গুৱাহাটী চহৰত অ’লা, উবেৰ সেৱাত আঘাত; চালকসকলে নতুন সংগঠনত যোগদান কৰাৰ সিদ্ধান্ত

- Advertisement -

■ ডিজিটেল ডেস্ক: ব্যস্ত মহানগৰীত চলি থকা অ’লা আৰু উবেৰৰ সেৱাক হঠাতে আঘাত কৰি চহৰখনৰ দুটা সংগঠনৰ চালকসকলে ‘সদৌ আসাম কেব মজদুৰ সংঘ’ আৰু ‘সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন’ৰ বেনাৰত অ’লা আৰু লগতে উবেৰ কেব সেৱা বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

দেওবাৰে গুৱাহাটীৰ দিচপুৰ প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধন কৰি ‘সদৌ অসম কেব মজদুৰ সংঘ’ আৰু ‘সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন’ৰ ধ্ৰুৱ ৰাজ অসমে সম্বোধন কৰি কয় যে, তেওঁলোকৰ সদস্যসকলে এতিয়া নতুনকৈ গঠিত কেব সেৱা প্ৰদান প্ৰতিষ্ঠান ‘পে-ইণ্ডিয়া’ত যোগদান কৰিবলৈ পূৰ্বৰ দুই কেব সেৱাৰ পৰা ওলাই আহিব।

প্ৰতিবাদকাৰী সংগঠন দুটাৰ নেতাসকলে কয়, “আমি এই সিদ্ধান্ত লৈছিলো কিয়নো ওলা আৰু উবেৰৰ কৰ্তৃপক্ষই আমাৰ দীৰ্ঘদিনীয়া অভিযোগসমূহ সমাধান কৰা নাছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ...

  গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ'ল ৰেষ্টুৰেণ্ট "ৰাজপথ-১৫"। গমিৰি নিবাসী তথা...

দেশৰ সামৰিক বিষয়াসকলক বীৰত্ব বঁটাৰে সন্মানিত ৰাষ্ট্ৰপতি কোবিন্দৰ; অভিনন্দন...

■ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা অলংকাৰ অনুষ্ঠানত অদম্য সাহস আৰু কৰ্তব্যৰ প্ৰতি চৰম আনুগত্য...

Omicron; অ’মিক্ৰন সংক্ৰমিত? ১ঘণ্টা ৩০মিনিটত, দিল্লী আইআইটিত কৰা হ’ব...

♦ দিল্লীৰ আইআইটি বিশেষজ্ঞসকলে এটা নতুন কৰোনা পৰীক্ষা পদ্ধতি আৱিষ্কাৰ কৰিছে। পৰীক্ষাটোত অ’মিক্ৰনৰ প্ৰকাৰত থকা নিৰ্দিষ্ট পৰিৱৰ্তন...