20 C
Guwahati

গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ’ল ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।

- Advertisement -

 

গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ’ল ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।

গমিৰি নিবাসী তথা হেলেম (খ) জিলা পৰিষদৰ সদস্যা ৰেণু ভড়ালীৰ উদ্যোগত আৰম্ভ হৈছে বিলাসী ৰেষ্টুৰেণ্টখন।

মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি কৰ্মোদ্যোগী যুৱতী-মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।”ৰাজপথ-১৫”ত উপলদ্ধ “কণ্যকা”ৰ সুস্বাদু মিঠাই আৰু উপহাৰ সামগ্ৰী।

জন্মদিন,অন্নপ্ৰসন্ন,বিবাহ-বাৰ্ষিকী আদি অনুষ্ঠিত কৰাৰ সুবিধা উপলব্ধ।

যোগাযোগৰ নম্বৰ:9678493077

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20 ° C
20 °
20 °
73 %
1.6kmh
44 %
Thu
20 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক...

সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুংক অসম খবৰ ডিজিটেল ডেস্ক ...

অসম সাহিত্য সভাৰ শুভানুধ্যায়ী ৰাজীৱ গোস্বামীৰ দেহাৱসানত সাহিত্য সভাৰ...

  ■ নলবাৰী : অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য, বিশিষ্ট শুভানুধ্যায়ী ৰাজীৱ গোস্বামীৰ দেহাৱসানত নলবাৰী জিলা...

ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব ডাঃ প্ৰত্যশী প্ৰাঞ্জল ভৰালীৰ পোষ্টাৰ চিঙি...

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন ■ আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ পূৰ্বে ৰঙিয়া সমষ্টিত বিজেপি...