32.2 C
Guwahati

নলবাৰীৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত বাতিল ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা

- Advertisement -

♦অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা|

নলবাৰী জিলাৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পুজা বাতিল কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমীপূজা।

মহামাৰী ক’ৰোনা সংক্ৰমণ ৰোধৰ লগতে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটকল মানি দেহাৰকুছি মনসাপীঠ আৰু বৰখালা ঠাকুৰাণী থান পৰিচলনা সমিতিৰ সিধান্ত মৰ্মে সমিতিৰ বিষয়ববীয়া সকলে অনুষ্টুপীয়াকৈ কেৱল মাত্ৰ পূজাভাগহে অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে হাজাৰ হাজাৰ ভক্ত সমাগম হোবা পুজাস্থলীত নাই কোনো জাকজমকতা নাই কোনো ভক্তৰ সমাবেশ। যোৱাবছৰো ক’ৰোনা মহামাৰীৰ বাবে বাতিল কৰা হৈছিল ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

কি সমস্যাত পৰিছে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক, ইনষ্টাগ্ৰাম? হঠাৎ...

■ এটা সামাজিক মাধ্যম হঠাৎ বন্ধ হৈ যোৱাটো কোনো ডাঙৰ কথা নহয়। অতীতত তেনে ঘটনাৰ বহু উদাহৰণ...

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল দেৱাশিষ বৰ্মনৰ লগতে দালাল নয়ন...

শিৱসাগৰত ছাত্ৰী নিৰুদ্দেশঃ বিগত ৮ দিন ধৰি সন্ধান নাই...

♦ শিৱসাগৰ জিলাৰ হাঁহচৰা বাইলুং চেতিয়া গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি...