25.5 C
Guwahati

শিৱসাগৰত ছাত্ৰী নিৰুদ্দেশঃ বিগত ৮ দিন ধৰি সন্ধান নাই ছাত্ৰী গৰাকীৰঃ অপহৰণৰ সন্দেহ পৰিয়াল তথা স্থানীয় ৰাইজৰ

- Advertisement -

♦ শিৱসাগৰ জিলাৰ হাঁহচৰা বাইলুং চেতিয়া গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা ১৬ ডিচেম্বৰ তাৰিখৰ পৰা সন্ধান নাই ছাত্ৰী গৰাকীৰ।

সন্ধানহীন ছাত্ৰী গৰাকী পিতৃ মনোজ বৰপাত্ৰ গোঁহাই আৰু মাতৃ মধুমিতা বৰপাত্ৰ গোঁহাই কন্যা উৰ্মি বৰপাত্ৰ গোহাঁই। বয়স ১৩ বছৰ। শিৱসাগৰ টুইংকল ষ্টাৰ বিদ্যালয়ত নতুনকৈ নামভৰ্তি লোৱা নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে পৰিয়ালৰ লোকে স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীত এজাহৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই।

আমাৰ সংবাদ মাধ্যমৰ যোগেদি কোনো লোকে ছাত্ৰী গৰাকীৰ সম্ভেদ পালে স্থানীয় আৰক্ষী থানা অথবা পৰিয়ালৰ সৈতে ৬০০১২-২১৯০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

Amrit Brikshya Andolan – A people led Afforestation Programme...

In my childhood I always heard stories from my elders on how Assam’s once rich tree cover...

How Realistic Fake Foods Are Made For TV Show...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰা : অভিনেতা পৰিচালকৰ বিৰূদ্ধে...

  ভাওনাত চুম্বন মোহনৰ : মোহিনী ভাৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, ক্ষমা বিচাৰিলে দ্বীপজ্যোতি কেওটে : গুৰুজনাৰ অংকীয়া ভাওনাক অপমান...