32.2 C
Guwahati

নিতাইপুখুৰী আৰক্ষী চকীত কৰ্মৰত জোৱান ৰাতুল গগৈৰ ব্যতিক্ৰমী প্ৰয়াস

- Advertisement -

■ অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষী সকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি অসম আৰক্ষীৰ নিতাই পুখুৰী আৰক্ষী চকীৰ ১নং বেটেলিয়ান তথা প্ৰায়েই অসহায় বা আৰ্তজনৰ কাষত থিয় দিয়া ৰাতুল গগৈয়ে আজি শাওণৰ ভৰ খেতিৰ সময়ত নিজৰ ব্যক্তিগত প্ৰচেষ্টাত কেইজনমান খেতিয়ক আৰু ৰোৱনীক খেতি কৰিবলৈ উৎসাহ যোগাবলৈ জাপি আৰু কোৰ উপহাৰ দিয়ে।

তেওঁৰ এই মহানুভবতাক সকলোৱে প্ৰণাম জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

কৃষ্ণাইত প্ৰবল শিল বৰষুণঃ শাক-পাচলি খেতিৰ ক্ষতিসাধন

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলত আজি হঠাতে নামি আহিল এজাক প্ৰবল বৰষুণ।...

নগাঁওৰ ছাত্ৰ নেতাৰ গুলীচালনাৰ ঘটনাৰ তদন্ত আৰম্ভ

♦নগাঁৱৰ ছাত্ৰ নেতা কিৰ্তি কমল বৰা গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে তেওঁৰ...

One Plus মোবাইল ব্যৱহাৰ কৰে নেকি? সাৱধান হওঁক আপুনি!

■ চলিত বৰ্ষৰ জুলাইৰ শেষত ভাৰতত মুকলি হোৱাৰ পিছৰে পৰা ৱানপ্লাছ নৰ্ড ২ (OnePlus+ Nord 2) ফোন...