Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

21 C
Guwahati

বৰভাগৰ সীমান্তৱৰ্তী বগলচ ৰোডত পুৱাই দুৰ্বৃত্তই লুটিলে বলেৰ’ পিকআপ ভেন

- Advertisement -

■ অৰুনাচলৰ পৰা ব্ৰইলাৰ মুৰ্গী দি ওভতাৰ পথত ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি আনি বগলচ ৰোডত লুটপাত চলাই দুৰ্বৃত্তৰ দলটোৱে৷

নগদ ৬০ হাজাৰ টকা সহ দুটা মোবাইল ফোন এখন এ টি এম কাৰ্ড আৰু গাড়ীখনৰ চাবি লৈ উধাও হয় দলটো।

দ্ৰাইভাৰ আৰু হেণ্ডিমেন জনক মাৰধৰ কৰাৰ ফলত দ্ৰাইভাৰ ইদ্ৰিছ খান গুৰুতৰ ভাবে আহত হয়৷

প্ৰায় ১০-১২ জনীয়া দুৰ্বৃত্তৰ দলটিয়ে এখন বলেৰ আৰু দুখন পিকআপ ভেন লৈ আহিছিল৷

অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীয়ে গাড়ীখন চমজি লৈ দ্ৰাইভাৰ জনৰ চিকিৎসাৰ ব্যৱস্থা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানৰ চৌহদত বনভোজ নিষিদ্ধ

● গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান চৌহদত বনভোজ নিষিদ্ধ ঘোষণা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে। আজি এক সংবাদ...

চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযান অব্যাহতঃ

পুণঃ জব্দ অবৈধ কাঠ ফলা মিল সহ এক গাড়ী মূল্যবান কাঠ ♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ...

ভগামুখ হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone -ৰ বেল্ট টেষ্ট

♦সুশান্ত দাস, যোৰহাটঃ আজি ভগামুখ হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone ৰ বেল্ট টেষ্ট অনুস্থিত হয়। Ashihara karate...