22 C
Guwahati

গাংমৌথান টোকাৰী গীত শুভ মুক্তি :গীতটো শুনিবলৈ চাওঁ আহক

- Advertisement -

গাংমৌথান টোকাৰী গীত শুভ মুক্তি :

ডিজিটেল অসম খবৰ ৯ আগষ্ট ::
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অতিবাহিত কৰা পবিত্ৰ স্থান গাংমৌথানকলৈ আজি এটি টোকাৰী গীত শুভ মুক্তি দিয়ে বিহালী যুৱ শিল্পী পবিত্ৰ ভূঞাই ।
গীতটোৰ ভিডিঅ’ সম্পাদনা আৰু গ্ৰাফিক্স ডিজাইন (পোষ্টাৰ) ৰ কৰে শংকৰী সংস্কৃতিৰ পীঠস্থান জামুগুৰিহাটৰ যুৱক হিমাংশু ৰণ্ ভূঞা । আৰু গীতটিৰ কথা-সুৰ কষ্ঠদান কৰিছে বিহালী সমষ্টিৰ গাংমৌথানৰ যুৱ শিল্পী পবিত্ৰ ভূঞাই

শীঘ্ৰে এই গীতটি এটা ভিডিঅ মুকলি হব বুলি প্ৰকাশ কৰে পবিত্ৰ ভূঞাই ।আৰু গীতটি সংগীত অংকুৰ শইকীয়াৰ লগতে প্ৰযোজনা উদয় গোস্বামী, দিপজ্যোতি দত্ত, সুমন শৰ্মা, মুনীন্দ্ৰ দাস । গীতটি শুনিবলৈ লিংকটো চাওঁ আহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

গুৱাহাটীত আৰম্ভ ৰবি শৰ্মা অভিনীত ‘মোক্ষ’ৰ দৃশ্যগ্ৰহণ

গুৱাহাটীঃ ছুপাৰষ্টাৰ ৰবি শৰ্মা অভিনীত বহুপ্ৰত্যাশিত অসমীয়া চলচ্চিত্ৰ ‘মোক্ষ’ৰ শুভ মহুৰত অলপতে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত অনুষ্ঠিত হয়। এই...

সন্তানক বিদ্যালয়লৈ পঠিয়াই নিজ গৃহত পৰ্ণগ্ৰাফী নিৰ্মাণত ব্যস্ত কোন...

■ লণ্ডনৰ এহাল দম্পতীয়ে তেওঁলোকে নিজৰ দুই সন্তানক বিদ্যালয়লৈ পঠিয়াই নিজ ঘৰত প্ৰাপ্তবয়স্কৰ ভিডিঅ', অৰ্থাৎ পৰ্ণগ্ৰাফী প্ৰস্তুতৰ...