Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

21 C
Guwahati

Boat accident Assam:নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে

- Advertisement -

 

নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে

 নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে। যোৰহাট মেডিকেল কলেজত প্ৰাণ হেৰুৱালে পৰিমিতাই। কৰ্মসূত্ৰে মাজুলীত থকা পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত।
উল্লেখ্য যে,দুৰ্ঘটনা ঘটিছিল মাৰনাও ‘টিপকাই’ আৰু ‘মা কমলা’ ফেৰীৰ মাজত। বিয়লি ৪ বজাত নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে গৈ থকা ‘মা কমলা’ আৰু মাজুলীৰ পৰা নিমাতীঘাট অভিমুখে গৈ থকা ‘টিপকাই’ৰ মাজত মুখামুখী সংঘৰ্ষ হৈছিল।
উল্লেখ্য যে, দুৰ্ঘটনাটোৰ সময়ত নাও দুখনত কিমান যাত্ৰী আছিল তাৰ তথ্য এতিয়াও সঠিক ভাবে লাভ কৰা নাই। ইফালে নিমাতীঘাটৰ কাণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘটনাস্থলীলৈ তৎকালে মন্ত্ৰী বিমল বৰাক যাবলৈ নিৰ্দেশ দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ৰঙাপৰাত দিৱা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা : চুড়ান্ত খেলত...

◆ ৰঙাপৰা• ৰঙাপৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা এন.এফ ৰে'লৱে মজদূৰ ইউনিয়নৰ সহযোগত ৰঙাপৰা ৰে'লৱে খেল পথাৰত...

‘The Indian Slow Cooker’ Debunks All Kinds of Indian...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

পিষ্টলেৰে প্ৰহাৰ কৰি কাঢ়ি নিলে ধন :

  অসম খবৰ ডিজিটেল ডেস্কঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতী কাণ্ড। গাড়ী চালকক...