19 C
Guwahati

ভাৰতত কোভিড প্রতিষেধ প্ৰদানে ৮২ কোটিৰ সীমা অতিক্ৰম কৰিছে

- Advertisement -

■ কোভিড প্রতিষেধক প্ৰদানত সাফল্যত ভাৰত। ভাৰতত কোভিড-১৯ৰ প্রতিষেধকৰ প্ৰদানত ৮২ কোটিৰ সীমা অতিক্ৰম কৰিছে। তথ্য অনুসৰি দেশৰ জনসাধাৰণক ৮২ কোটি ৫৭ লাখ ৮০ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে, কালিৰ দিনটোত ৬৮ লাখ ২৬ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

ছানিয়া আশিক: এগৰাকী পাকিস্তানী বিধায়ক, ভাইৰেল ভিডিঅ’ প্ৰকাশ

■ সম্পূৰ্ণ নাম ছানিয়া আশিক জুবিন। তেওঁ ২০১৮ চনৰ পৰা পাক ৰাজনীতিত অতি এক চিৰপৰিচিত মুখ হৈ...

শিৱসাগৰ নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ...

♦শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হুৱা...

The Right Morning Routine Can Keep You Energized &...

To understand the new smart watched and other pro devices of recent focus, we should look to...