20 C
Guwahati

শিৱসাগৰ নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ অগ্নিকাণ্ড

- Advertisement -

♦শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ
নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত
হুৱা দুৱা লাগে নাজিৰাবাসী ৰাইজৰ মাজত।
জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এটা ফ্ৰিজৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত বেংকৰ কৰ্মচাৰী সকলৰ লগতে ওচৰ অঞ্চলৰ লোকসকলৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰে৷
স্থানীয় প্ৰশাসনৰ তৎপৰতাত শ্বৰ্ট চাৰ্কিটৰ জুই নুমুৱাবলৈ সক্ষম হয়।

https://www.facebook.com/544522072563781/videos/886805335228185

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

আজিৰে পৰা চাৰিদিনীয়া ভ্ৰমণসূচীৰে হিমাচল প্ৰদেশলৈ ৰাষ্ট্ৰপতি কোবিন্দ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজিৰ পৰা চাৰিদিনীয়া ভ্ৰমণসূচী হাতত লৈ হিমাচল প্ৰদেশলৈ যাত্ৰা কৰিছে। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য...

Apps Comparison Feb. 2021 – Best Apps for Meetings

To understand the new smart watched and other pro devices of recent focus, we should look to...

অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰি আই চি চি...

♦আই চি চি বিশ্বকাপ ক্রিকেটৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭ উইকেট পৰাজিত হৈছে। ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ...