24.4 C
Guwahati

নলবাৰী জিলা বাদ্য যন্ত্ৰ সন্থা সংকল্পৰ সংবাদ মেল

- Advertisement -

 

নলবাৰী জিলা বাদ্য যন্ত্ৰ
সন্থা সংকল্পৰ সংবাদ মেল

 

অসম খবৰ নলবাৰী ২৪ ছেপ্টেম্বৰ :

শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এক সংবাদমেল আয়োজন কৰে নলবাৰী জিলা বাদ্য যন্ত্ৰী সন্থা সংকল্পই।
কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত কেইবা মাহ ধৰি কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা কথা প্ৰকাশ কৰে সন্থাই ।

চৰকাৰলৈ বাদ্য যন্ত্ৰী সন্থাই আহ্বান জনায় যে আমাৰ মুখৰ পিনেও অলপ সহায় কৰক ।
নহলে আমি মৃত্যু হৈ যাম আমাক চৰকাৰে সহায় কৰক বুলি সংবাদ মেলৰ জৰিয়তে চৰকাৰকলৈ আহ্বান জনাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

PEC condemns Pakistan journalist’s murder, demands justice to bereaved...

♦Geneva: Press Emblem Campaign (PEC), the global media safety and rights body, condemns the murder of Lahore-based...

পবিতৰা গঁড় ৰক্ষণাবেক্ষণৰ বাবে বনকৰ্মীলৈ অত্যাধুনিক সামগ্ৰী প্ৰদান আৰু...

■ মায়ঙৰ পৰা পিংকু দেৱ নাথঃ বিশ্ব প্ৰসিদ্ধ এশিঙিয়া গঁড়ৰ বিচৰন ভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্যতৰ বন বিষয়া...

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ

নৰবাৰী চহৰৰ ছোৱালী হাইস্কুলৰ সন্মুখত থকা পেট্ৰ’ল পাম্পৰ সন্মুখত নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত সম্পূৰ্ন ক’ভিড প্ৰটকল মানি...