23 C
Guwahati

অৱসৰপ্ৰাপ্ত বিষয়া দীনেশ চন্দ্ৰ বড়ো(৬৭)ৰ আকস্মিক বিয়োগত শোকস্তব্ধ গহপুৰ মহকুমা

- Advertisement -

 

গহপুৰৰ জনপ্ৰিয় ব্যক্তি, বিশিষ্ট সমাজকৰ্মী, বিভিন্ন সাংস্কৃতিক কৰ্মৰাজিৰে উদ্বুদ্ধ এগৰাকী স্বনামধন্য ব্যক্তি তথা অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দীনেশ চন্দ্ৰ বড়ো(৬৭)ৰ আকস্মিক বিয়োগত শোকস্তব্ধ গহপুৰ মহকুমা।বিটিএডিৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিৱ দীনেশ চন্দ্ৰ বড়ো(এচিএছ)ৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয়।

গহপুৰৰ ডেলহাইছী নিৱাসী দীনেশ চন্দ্ৰ বড়োৱে পৰবৰ্তী সময়ত গুৱাহাটীৰ গড়চুকত নিগাজীকৈ থাকিবলৈ লয়।আজি পুৱা প্ৰাত:ভ্ৰমণ কৰি থাকোতে এখন দ্ৰুতবেগী বাহনে খুন্দিওৱাৰ ফলতে মৃত্যু হয় দীনেশ চন্দ্ৰ বড়োৰ।তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোঁকৰ বন্যা বৈছে সমগ্ৰ গহপুৰ মহকুমাত।
এগৰাকী মানৱদৰদী ব্যক্তি আছিল দীনেশ চন্দ্ৰ বড়ো।
গহপুৰৰ প্ৰতিটো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই অহা হৃদয়বান ব্যক্তি বড়োৱে অৱসৰৰ পিছত বিজেপি দলৰ লগত জড়িত হৈ দলটোৰ হকে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছিল।
সকলো দিশতে পাৰদৰ্শিতা থকা দীনেশ চন্দ্ৰ বড়োৰ আকস্মিক মৃত্যুত বিভিন্ন জনৰ ফেচবুকৰ পৃষ্ঠাৰ পৰা হৃদয়ৰ পৃষ্ঠালৈ বৈছে শোঁকৰ বণ্যা………।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

বৰক্ষেত্ৰীৰ চৰাঞ্চলত বানৰ তাণ্ডৱ, অব্যাহত ব্যাপক গড়াখহনীয়া

■ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ ধাৰন কৰিছে বাঢ়নী পানীয়ে। সমান্তৰালকৈ অব্যাহত আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলত। বানপানীৰ...

Inspection 35 nos. of Mutton, Poultry & Fish Shops...

Today Under the leadership of Veterinary officer GMC along with veterinary staff, Enforcement Branch, Veterinary Officer From...

টাটা গ্রুপৰ মালিক ৰতন টাটাৰ এখন বিশেষ চিঠি, কিয়,...

■ কলিকতাৰ এগৰাকী যুৱক। যুৱকজনৰ এনে এটা দিন আছিল, যেতিয়া তেওঁৰ পকেটত মাত্ৰ ২,৫০০ টকাহে আছিল। তেওঁ...