32.2 C
Guwahati

বিশ্বনাথৰ আৰক্ষী ছাউনীত  আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন Video

- Advertisement -

 

বিশ্বনাথৰ আৰক্ষী ছাউনীত  আৰক্ষীৰ সোঁৱৰণী দিৱস উদযাপন

বৃস্হপতি বাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় আৰক্ষী সোঁৱৰণী দিৱস পালন ৷

প্ৰত্যেক বৰ্ষৰ ২৪ অক্টোবৰত শ্বহীদ সকলৰ প্ৰতি পালন কৰা এই দিৱসটি সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্বনাথৰ আৰক্ষী চকী ছাউনীত দেশৰ হৈ প্ৰাণ আহুতি দিয়া ভাৰতীয় বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই সোঁৱৰণী দিৱস হিচাপে আজিৰ দিনটো পালন কৰে অসম আৰক্ষীয়ে ৷

জিলাখনৰ তিনি গৰাকী শ্বহীদ ক্ৰমে এছ আই নৰহৰি গগৈ,কনিষ্টবল নীৰজ ছেত্ৰী,চিআপিএফৰ জোৱান কালিচৰণ বৰাক স্মৰণ কৰি এই অনুস্থানত স্বহীদ তৰ্পনৰ লগতে আৰক্ষী জোৱান সকলৰ দ্বাৰা বিভিন্ন কুচকাৱাজ আৰু সম্পন্ন কৰা হয় ৷

প্ৰায় পঞ্চাচৰো অধিক আৰক্ষী জোৱান আৰু উচ্চ পদস্থ বিষয়া বিশ্বনাথ আৰক্ষী অধীক্ষক লীনা দলে,অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা,ডিএছপি জয়ন্ত বৰুৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায় আদি উপস্থিত থাকে ৷

অন্যহাতে, জিলাখনৰ তিনিওগৰাকী স্বহীদ আৰক্ষী জোৱানকেইজৰ ঘৰত গৈ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে স্বহীদকেইজনে শিক্ষাগ্ৰহণ কৰা বিদ্যালয় সমূহত গৈ তেওঁলোকৰ জীৱনবৃত্তৰ ওপৰত আলোকপাত কৰাৰ উপৰিও গছপুলি ৰোপন,কুইজ প্ৰতিযোগিতা আদিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰা পদক্ষেপ লয় জিলাখনৰ আৰক্ষী বিভাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

Russia-Ukraine War LIVE UPDATE ↗️ ইউক্ৰেইনলৈ সাহায্য প্ৰেৰণৰ সিদ্ধান্ত...

↗️আলোচনাত যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ সমাধান উদ্ভৱ হ'ব নে যুদ্ধ অধিক গুৰুতৰ হ'ব, সমগ্ৰ বিশ্বই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত...

ডুমডুমাত কোভিড প্রতিষেধক লবলৈ পুৱাই দীঘলীয়া শাৰী

কোভিড প্রতিষেধক লবলৈ ডুমডুমাস্থিত শুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱাৰে পৰা দীঘলীয়া শাৰী

চৰকাৰৰ দুমুখীয়া নীতিৰ বাবেই ভাষাক লৈ দুষ্কাৰ্য, বাথানট্টাৰী ধৰ্মীয়...

■ নলবাৰী : টিহু মহকুমাৰ ওচৰৰ বাথানট্টাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ২০ অক্টোবৰত বাথানট্টাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত...