31 C
Guwahati

শিৱসাগৰ জিলাৰ, নাজিৰাত গণৰাজ্য দিৱস উপলক্ষে বাইচাইকেল ৰেচ প্ৰতিযোগিতা

- Advertisement -

♦শিৱসাগৰ নাজিৰা পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ ৭২তম সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি নাজিৰাত পুৱাই নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত এক বাইচাইকেল ৰেচ প্ৰতিযোগিতা অনুস্থিত হয়৷

নাজিৰা নাট্যমন্দিৰৰ পৰা আৰম্ভ কৰি বৰ আলি হৈ মেছাগড় মাদুৰিৰে আহি কপহুৱাৰ মাজেৰে হৈ নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত এই প্ৰতিযোগিতা অন্ত পৰে৷ পুৱাই প্ৰতিযোগিতা খনি উদ্বোধন কৰে নাজিৰা মহকুমাধিপতি লখিমী দত্তই৷ প্ৰতিযোগিতা খনিত ১৪ বছৰ বয়সৰ উৰ্দ্ধৰ পুৰুষ আৰু মহিলা উভয়ে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
17 %
2.9kmh
98 %
Tue
31 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

টিহুত অগপৰ মাণ্ডলিক বুথ সন্মিলন সম্পন্ন

● টিহু : “বিজেপি~অগপ মিত্ৰজোঁটে অসমত পুনৰ চৰকাৰ গঠন কৰাটো একশ শতাংশই নিশ্চিত । ৰাজ্যখনৰ দ্ৰুত উন্নয়ন...

সংসদৰ শীতকালীন অধিবেশনঃ প্ৰথম দিনটোত হুলস্থুলীয়া পৰিবেশঃ লোকসভা দুপৰীয়া...

◊ সংসদৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোত লোকসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়। বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে...

নাৰী তুমি অনন্যা✒️ৰাজশ্ৰী সেনাপতি গগৈ

নাৰী তুমি অনন্যা এগৰাকী নিমাতি কন্যা৷ পৃথিৱীত তুমিয়ে বলিষ্ঠ সৰ্ববগুণী তুমিয়ে গঢ়িব পৰা স্বৰ্গ, পুনৰায় স্বৰ্গকো কৰিব পাৰা...